• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯ আৰু ২০ জুলাইত কাজিৰঙা অৰ্কিড উদ্যানত ন ভূঁই উৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 10, 2019 2:23 pm
Akhil Press meet

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৯ আৰু ২০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত অনুষ্ঠিত হ’ব ন ভূঁই উৎসৱ। দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব এই ন ভূঁই উৎসৱ। বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কার্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ সংবাদমেলত এই ন ভূঁই উৎসৱ সকলোৰে বাবে মুকলি থাকিব বুলিও কয়। লগতে সকলো নাগৰিক, ছাত্ৰ-ছাত্ৰী অভিভাৱক , শিক্ষক সকলোৱে আহি যোগদান কৰিব পাৰিব। বিনামূলীয়া কৈ পৰম্পৰাগত ৰীতি-নীতি ভূঁই ৰোৱা, হাল বোৱা, পথাৰত আলি দিয়া, মৈ দিয়া, চুক ৰোৱা, জলপান দিয়া আদিৰ অভিজ্ঞতাৰ সংগী হ’ব পাৰিব সকলো।

Apply Now

এই উৎসৱত যোগদান কৰিব খোজা সকলে ১৮ আৰু ১৯ জুলাইত নাম ভৰ্তি কৰিব পাৰিব বুলিও গগৈয়ে কয়।

ইয়াৰ উপৰি উক্ত উৎসৱত পৰম্পৰাগত ৰীতি-নীতিৰে কেনেকৈ ন ভূঁই ৰোৱা হয় তাক প্ৰদৰ্শন কৰা হ’ব বুলি তেওঁ জানিবলৈ দি লগতে কয় ” অংশগ্ৰহণকাৰী সকলে মুকলি মুৰীয়াকৈ বোকাত বিমল আনন্দ ফুৰ্তি কৰাৰ সুযোগ লাভ কৰাৰ লগতে উদ্যানৰ কাষতে থকা কাৰ্বি আংলঙৰ পৰা নামি অহা জুৰিত গা ধোৱাৰ সুযোগ লাভ কৰিব।”

অৱশ্যে দুয়োটা দিনৰ বাবে ৰাতিপুৱাৰ জলপান বিনামূলীয়া হ’ব যদিও দুপৰীয়াৰ ভাত সাঁজৰ মূল্য দিব লাগিব অংশগ্ৰহণকাৰীয়ে এই কথা সংবাদমেলত উল্লেখ কৰি গগৈয়ে কয় দুপৰীয়াৰ ভাত সাজত অন্ততঃ ২০ প্ৰকাৰৰ অসমীয়া পৰম্পৰাগত ব্যঞ্জন থাকিব। তাৰ ভিতৰত কোমোৰা সৈতে পাতি হাঁহৰ মাংস, কঁঠাল গুটিৰ সৈতে কচুৰ ডাইল, নল টেঙাৰ লগত মাছৰ জোল, কণ বিলাহীৰ সৈতে হাঁহৰ কণী আঞ্জা, বেত গাজৰ আঞ্জা ইত্যাদি।

আনহাতে উক্ত সংবাদমেলত অখিল গগৈ কেৱল আন্দোলনকাৰী বুলি চ’ছিয়েল মিডিয়াত সমালোচনা কৰা সমালোচকক প্ৰত্যুত্তৰ দি কয় ” মই কেৱল আন্দোলনকাৰীয়েই নহয় মই হাল বাবও জানো আলি দিবও জানো। খেতিৰ সকলো কামেই জানো।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd