• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানাহ নদীৰ বাঢ়নি পানীৰ তলত বঙাইগাঁৱৰ কেইবাখনো গাঁও; নিদ্ৰা হৰিছে কৃষকৰ

ইয়াছিন আলী by ইয়াছিন আলী
July 11, 2019 9:29 am
Flood

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ পানী অভাৱনীয় হাৰত বৃদ্ধি পোৱাত নাম্বাৰপাৰা ৩য় খণ্ড, ১ম খণ্ড চৰ, বাংলাপাৰা, মাত্ৰাঘোলা, বৰইচালা আদি কৰি কিছু কিছু ঠাইত বানে বিভিষিকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি তথা নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তৰ অন্তৰ্গত অতিকৈ কৃষি প্ৰধান অঞ্চল নাম্বাৰপাৰা ৩য় খণ্ড বাংলাপাৰা, শৌলমাৰী, নোৱাগাঁও, ঝাউবাৰী আদি অঞ্চলত শ শ বিঘা শালি ধান খেতি, মৰাপাট খেতি-পথাৰ বুৰাই পেলোৱাত এতিয়া হাহকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কৃষকৰ মাজত।

ইফালে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে গো-পালনৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছিল যদিও এই বানপানীৰ বাবে গৰু, ছাগলীৰ লগতে পোহনীয়া জীৱ-জন্তু সমুহ পোহপাল দিয়াত চৰম অসুবিধাৰ সন্মুখীন হৈছে।

আনহাতে অঞ্চলটোৰ বহু পুখুৰী বানপানীৰ কৱলত পৰা বাবে মাছ সমূহ ওলাই যোৱাত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মীনপালক সকল।

Recent News

বিমানবন্দৰৰ পৰাই আমেৰিকাই ওভতাই পঠিয়ালে ভাৰতৰ আম! বৃহৎ লোকচানৰ সন্মুখীন ৰপ্তানিকাৰী

বিমানবন্দৰৰ পৰাই আমেৰিকাই ওভতাই পঠিয়ালে ভাৰতৰ আম! বৃহৎ লোকচানৰ সন্মুখীন ৰপ্তানিকাৰী

ভাৰতীয় ট্ৰেভেল এজেন্সীক ‘অবৈধ অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড’আখ্যা! আমেৰিকাই জাৰি কৰিলে ভিছা নিষেধাজ্ঞা

ভাৰতীয় ট্ৰেভেল এজেন্সীক ‘অবৈধ অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড’আখ্যা! আমেৰিকাই জাৰি কৰিলে ভিছা নিষেধাজ্ঞা

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

বিয়াৰ মণ্ডপত উঠিবলৈ লওতেই থৰক-বৰক খোজ মাতাল দৰাৰ! বিয়া ভাঙি থানা পালেগৈ কইনা

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

ডাইনীৰ নামত হত্যাৰ অপৰাধত ২৩ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চৰাইদেউ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd