• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছয়গাঁও মহাবিদ্যালয়ৰ বিদ্যাৰ্থীক বহিস্কাৰৰ ঘটনাৰ প্ৰতিবাদত উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ঘেৰাও এছ এফ আইৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 11, 2019 4:48 pm
SFI protest

কাহিলীপাৰাত এছ এফ আইৰ প্ৰতিবাদ

48.8k
VIEWS
Share on FacebookShare on Twitter

বিগত ৩ জুলাইত ছয়গাঁও মহাবিদ্যালয়ৰ দুই ছাত্র ক্ৰমে উপাসনা দাস আৰু চন্দন দাসক প্ৰতিবাদ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষই নিলম্বন কৰাৰ প্ৰতিবাদত আজি দিনৰ ১২ বজাত ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ অসম গোটে কাহিলীপাৰা স্থিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীৰ তীব্ৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে যাতে কাৰ্য্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে বিভাগটোৰ প্ৰবেশ গেটত কৰ্মচাৰীসকলে তলা লগাই দিয়ে।প্ৰতিবাদকাৰী সকলে উচ্চ শিক্ষা সঞ্চালকালয় চৌহদ বিভিন্ন শ্লোগানেৰে কপাই তোলে।

প্ৰায় ৪৫ মিনিটজোৰা প্ৰবল প্ৰতিবাদৰ অন্তত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা গীতিমণি ফুকন ডাঙৰীয়া ওলাই আহি প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ বিবেচনা কৰিব বুলি আশ্বাস দিয়াৰ লগতে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষলৈ তৎকালে ফোন কৰি বিষয়টো সমাধান কৰিব বুলি জানিব দিয়ে।

প্ৰতিবাদৰ মাজতে এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে সংবাদ মাধ্যমৰ আগত সম্পূৰ্ণ অগণতান্ত্ৰিক পদ্ধতিৰে মহাবিদ্যালয়ৰ যি দুগৰাকী ছাত্ৰক বহিষ্কাৰ কৰা হল সেয়া অতি শীঘ্ৰে বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰে। তেওঁ লগতে আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰ্তহীনভাৱে বিনামূলীয়া নামভৰ্ত্তিৰ সুবিধা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে।

ডেৰঘন্টা জোৰা তীব্ৰ প্ৰতিবাদৰ অন্তত দিনৰ ১.৩০ বজাত প্ৰতিবাদকাৰী সকলে উচ্চ শিক্ষা সঞ্চালকালয়ৰ চৌহদৰ পৰা শান্তিপূৰ্ণ ভাৱে ওলাই আহে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd