• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

আপুনি কিনিব পৰাকৈ আহি আছে ধোঁৱাহীন অত্যাধুনিক হাইড্ৰ’জেন গাড়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 6:05 pm
Hyundai to introduce hydrogen car Nexo in India

এমেৰিকাত উপলব্ধ হুন্দাইৰ হাইদ্ৰ’জেন কাৰ। ছবি সৌজন্য-- www.ucsusa.org

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ কোৰিয়া, জাপান, এমেৰিকাৰ দৰে নিৰ্বাচিত বজাৰত ইতিমধ্যে উপলব্ধ হাইদ্ৰ’জেন গাড়ীয়ে অহা এক, দুই বছৰৰ ভিতৰতে ভাৰতীয় বজাৰতো ভুমুকি মাৰিব।

ভাৰতত যোৱা ৯ জুলাইত ক’না নামৰ ইলেক্ত্ৰিক গাড়ীখন মুকলি কৰা ভাৰতৰ দ্বিতীয় বৃহৎ গাড়ী নিৰ্মাতা দক্ষিণ কোৰিয়ান প্ৰতিষ্ঠান হুন্দায়ে এই ক্ষেত্ৰত আগ্ৰহ দেখুৱাইছে।

Apply Now

কোম্পানিটোৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি মতে, হুন্দাইৰ নেক্স’ হ’ব ভাৰতৰ বজাৰৰ প্ৰথম হাইদ্ৰ’জেন কাৰ, আৰু ইয়াক ২০২১ চনৰ ভিতৰত মুকলি কৰা হ’ব।

ভাৰতীয় বজাৰত মুকলি কৰিব লগা বাহনখনে এবাৰ ইন্ধন ভৰালে ১০০০ কিঃ মিঃলৈকে দূৰত্ব অতিক্ৰম কৰিব পাৰিব, কোম্পানিটোৰ শীৰ্ষ বিষয়াই জনায়।

কোম্পানিটোৰ গৃহদেশ দক্ষিণ কোৰিয়াত ইতিমধ্যে নেক্স’ নামৰ হাইদ্ৰ’জেন গাড়ীখন চলি আছে। হুন্দাইৰ উপৰি হোন্দা আৰু তয়’টাৰো হাইদ্ৰ’জেন গাড়ী আছে, কিন্তু তেওঁলোকে এতিয়াই এইক্ষেত্ৰত অধিক আগবঢ়াৰ কথা এতিয়ালৈকে কোৱা নাই।

বিকল্প ইন্ধনেৰে চালিত গাড়ীৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন চৰকাৰে দেখুওৱা আগ্ৰহৰ ফলত এইধৰণৰ নতুন কাৰৰ ভাৰতত উপলব্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

হাইদ্ৰ’জেন কাৰৰ ক্ষেত্ৰত ভাৰতত শেহতীয়াকৈ জি এছ টি ২৮ৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে।

হাইদ্ৰ’জেন গাড়ীও একধৰণৰ ইলেক্ত্ৰিক গাড়ীয়ে, কিন্তু ইয়াৰ ইন্ধন মিতব্যয়িতা পৰম্পৰাগত গাড়ীৰ সমপৰ্য্যায়ৰ বাবে বাণিজ্যিক সম্ভাৱনা বেছি বুলি একাংশই ধাৰণা কৰিছে।

এই হাইদ্ৰ’জেন গাড়ীবোৰক ফিউল চে’ল (fuel cell) গাড়ী ৰূপেও জনা যায়। ফিউল চে’লত হাইদ্ৰ’জেনৰ সৈতে অক্সিজেনৰ জাৰণ প্ৰক্ৰিয়াৰ (oxidation)দ্বাৰা মতৰ (motor) ঘূৰোৱা হয়।

সাধাৰণ দৃষ্টিত এইধৰণৰ গাড়ীক আটাইতকৈ পৰিস্কাৰ (cleanest) গাড়ী বোলা হয়। কাৰণ ইয়াৰ চলনত বৰ্জ্য পদাৰ্থৰূপে নিৰ্গত হয় কেৱল পানী আৰু তাপ (heat)|

কিন্তু ধোঁৱা ওলোৱা নলীৰ দৃশ্যমান প্ৰদূষণ নাথাকিলেও হাইদ্ৰ’জেন কাৰতো আছে আন এক দিশ।

তাপ পাৰিৱেশিক উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত নিজেই এটা আপত্তিকৰ বস্তু, দ্বিতীয়তে হাইদ্ৰ’জেন ক’ৰ পৰা আহিব?

বৰ্তমান হাইদ্ৰ’জেনৰ উৎস প্ৰাকৃতিক গেছ। তথাপি, জৈৱিক ইন্ধনতকৈ হাইদ্ৰ’জেনচালিত গাড়ীয়ে প্ৰদূষণ ৩০ শতাংশ কমাব পাৰে বুলি এমেৰিকাত হোৱা শেহতীয়া এক গৱেষণাত প্ৰকাশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd