• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত গঠন কৰা হ’ব বন সুৰক্ষা বাহিনী

চভাপতি ছামম by চভাপতি ছামম
January 27, 2018 8:39 am
Manipur-Forest-Minister-678x381

মণিপুৰৰ বন মন্ত্ৰী থউনাউজাম শ্যামকুমাৰে ইম্ফলত সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্ত

167
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বন বিভাগে এটা বন সুৰক্ষা বাহিনী (এফপিএফ) গঠন কৰাৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ  সীমান্তৰে বন আৰু বন্যপ্ৰাণী সামগ্ৰীৰ অবৈধ চোৰাং বেহাৰ মোকাৱিলা কৰাৰ কাৰণে এই পৰিকল্পনাৰ কথা চিন্তা কৰা হৈছে।

শুকুৰবাৰে ইম্ফলত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি মণিপুৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী থউনাউজম শ্যামকুমাৰে কয় যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বিষয়টো আলোচনা কৰা হ’ব।

মন্ত্ৰী শ্যামকুমাৰে লগতে আশা ব্যক্ত কৰে যে ৰাজ্যখনত বন সুৰক্ষা বাহিনী গঠনে অকৰ্তৃত্বশীল তথা অবৈধভাৱে চলি থকা কাঠ আৰু আন বন্য সামগ্ৰীৰ পৰিবহন ৰোধ কৰিবলৈ বিভাগটো সক্ষম হ’ব।

জনসাধাৰণক এনেধৰণৰ অবৈধ চোৰাং ব্যৱসায়ৰ প্ৰতিৰোধত সহায় কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে বিভাগে ইয়াৰ পৰ্যাপ্ত বনকৰ্মীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত বন আৰু বন্যপ্ৰাণী সামগ্ৰীৰ অবৈধ চোৰাং বেহা ৰোধ কৰিবলৈ বিভাগে সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীকে ধৰি সুৰক্ষা বাহিনীৰ পৰা সহায় ল’ব।

তেওঁ লগতে জনায় যে থউবলত থকা ২৬ নং আছাম ৰাইফলছে যোৱা ২৪ জানুৱাৰিত কাঠভৰ্তি ১৬ খন ট্ৰাক জব্দ কৰিছিল। তেওঁ জনায় যে বিভাগে যোৱা ২০১৭ ৰ ১৮ মে’ত ৰাজ্যখনত থকা সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীকে ধৰি সকলো সুৰক্ষা বাহিনীলৈ সহায় বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল।

সুৰক্ষা বাহিনীসমূহক বিভাগে ট্ৰেনজিট পাছ বা মেচিন নম্বৰ থকা ৱাটাৰমাৰ্ক নোহোৱা কাঠ কঢ়িওৱা ট্ৰাকসমূহ ধৰি নিকট বন বিভাগৰ কাৰ্যালয়ক গটাই দিবলৈ অনুৰোধ কৰিছিল।

Recent News

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd