• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্মীয় উদাৰতাৰ নিদৰ্শনেৰে হাজাৰ বন্যাৰ্তলৈ দুৱাৰ খুলি দিলে ধুবুৰীৰ গুৰুদ্বাৰে

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 18, 2019 10:36 pm
Assam floods: Dhubri Gurudwara Opens Door for flood victim, provides free food and shelter to thousands

গুৰুদ্বাৰটোত বন্যাৰ্তক আহাৰ বিতৰণৰ ছবি। নৰ্থ ইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউ জিলেণ্ডৰ মছজিদত শেহতীয়া আক্ৰমণৰ সময়ত বা দুৰ্ভগীয়া ৰহিঙিয়াক আগবঢ়োৱা সাহায্যৰ অনুৰূপ নিদৰ্শন দাঙি ধৰি ধুবুৰীৰ গুৰু তেগ বাহাদুৰ সিং চাহিবে চলিত বানত আক্ৰান্ত ধুবুৰীৰ হাজাৰ হাজাৰ বন্যাৰ্তৰ বাবে খুলি দিছে গুৰুদ্বাৰৰ দুৱাৰ।

দৈনিক প্ৰায় তিনি হাজাৰ বন্যাৰ্তক খাদ্য আৰু বিশুদ্ধ পানী যোগানৰ লগতে গুৰুদ্বাৰৰ মজিয়াত কৰা হৈছে বাঢ়নী পানীত গৃ্হহাৰা হোৱা লোকসকলৰ থকাৰ ব্যৱস্থা।

Apply Now

অকল গুৰুদ্বাৰত আশ্ৰয় লোৱাসকলৰ বাবেই নহয়, আশে-পাশে থকা সকলো আশ্ৰয় শিবিৰৰ লোকৰ বাবেই ২৪ ঘণ্টাই মুকলি আছে গুৰুদ্বাৰৰ ভোজন “গুৰু কা লংগৰ”।

কিন্তু সংকীৰ্ণ ধৰ্মান্ধতাৰ বিপৰীতে শিখসকলৰ পৰিচিত ধৰ্মীয় নিষ্ঠাৰে দুৰ্গতৰ সহায়ৰ বাবে যুদ্ধসদৃশ তৎপৰতাৰে নামি পৰিছে শিখ প্ৰতিনিধি ব’ৰ্দ, পূব মণ্ডল।

দুৰ্গতসকলক সহায়ৰ বাবে অসমৰ সকলো ঠাইৰ শিখধৰ্মী লোকসকললৈ খবৰ পঠোৱা হৈছে।

বৃ্হস্পতিবাৰে সন্ধিয়া গুৰুদ্বাৰটোৰ আহি উপস্থিত হৈছেহি জিলাৰ বাহিৰৰ পৰা শিখ স্বেচ্ছাসেৱকৰ প্ৰথমটো দল, নৰ্থ ইষ্ট নাওক গুৰুদ্বাৰটোৰ পৰিচালক গুৰবিন্দৰ সিঙে জনায়।

বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাখনৰ দুৰ্ভগীয়া লোকসকলক নিজৰ সৰ্বোত্তম সেৱা আগবঢ়াবলৈ ধুবুৰী গুৰুদ্বাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে শিখ প্ৰতিনিধি ব’ৰ্দ, পূব মণ্ডলৰ অধ্যক্ষ চৰ্দাৰ হৰজিন্দৰ সিং মাথাৰুৱে।

ব’ৰ্দৰ সাধাৰণ সম্পাদক চৰ্দাৰ কুলৱন্ত সিঙে জনোৱা মতে, যোৱা দেওবাৰৰ পৰা গুৰুদ্বাৰটোৱে প্ৰতিদিনে ৩০০০হাজাৰতকৈ অধিক বন্যাৰ্তক খাদ্য যোগান ধৰি আহিছে।

Assam floods: Dhubri Gurudwara Opens Door for flood victim, provides free food and shelter to thousands
গুৰুদ্বাৰৰ মজিয়াত বন্যাৰ্তক আশ্ৰয়দানৰ ছবি। নৰ্থ ইষ্ট নাও।

সকলোৰে বাবে কৰা হৈছে বিশুদ্ধ পানী আৰু খাদ্যৰ লগতে ২৪ ঘণ্টাই বিজুলীৰ ব্যৱস্থাও।

অসমৰ চলিত বানত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ অন্যতম ধুবুৰীৰ জিলা সদৰতো আনকি নোহোৱা হৈছে বিশুদ্ধ পানী।

জিলা কাৰাগাৰৰ কয়দীক ছোৱালী মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় সকলো অঞ্চল যোৱা চাৰিদিন ধৰি আছে পানীৰ তলত থকাত যোৱা সোমবাৰৰ পৰা সদৰঠাইত নাই বিজুলী যোগানো।

কিন্তু সকলো প্ৰতিকূলতাৰ মাজতো শিখ ধৰ্মাৱলম্বীসকলে আগবঢ়োৱা সহায়ৰ সকলোৱে শলাগ লৈছে।

তেওঁলোকৰ এই পদক্ষেপত জিলা প্ৰশাসন আৰু স্থানীয় লোকসকলে যৎপৰোনাস্তি সহায় আগবঢ়াইছে বুলিও জনাইছে গুৰুদ্বাৰ কৰ্তৃপক্ষই।

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিছে যদিও বৃহস্পতিবাৰেও ই বিপদসীমাৰ প্ৰায় ডেৰ মিটাৰ ওপৰেৰে বৈ আছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd