• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ক্ৰিকেট দলৰ কোন কোন ক্ৰিকেটাৰে অসমৰ বানপৰিস্থিতিক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিলে চাও আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 5:10 pm
Virat Kohli and Rohit Sharma

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভয়াবহ বানপানীৰ সময়ত অসমবাসীৰ লগতে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে সহায়ৰ হাত  আগবঢ়োৱাৰ লগতে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বানপৰিস্থিতি সম্বন্ধে চিন্তা ব্যক্ত কৰি অসমক সহায়ৰ বাবে অনুৰোধ কৰিছে।

ৰাজনীতি, বলীউদ জগতৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকী বৰ্তমানৰ আৰু প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে অসমৰ বানপানী সম্বন্ধে ছ’চিয়েল মিডিয়াত চিন্তা ব্যক্ত কৰি নিজৰ মত প্ৰকাশ কৰিছে।

অসমৰ বান পৰিস্থিতিক লৈ ছ’চিয়েল মিডিয়াত সহায়ৰ বাবে আহ্বান কৰা কেইগৰাকীমান ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ হ’ল-

Devasted to see this. People of Assam near Kaziranga please drive safely and slowly as these beautiful animals have no where to go but on the roads 💔 praying hard for the rain to let up for them pic.twitter.com/1JkZwkiom8

— Rohit Sharma (@ImRo45) July 18, 2019

ৰোহিত শৰ্মা : ভাৰতীয় ক্ৰিকেট দলৰ সহঃ অধিনায়ক ৰোহিত শৰ্মাই অসমৰ বানপানীৰ ফলত কাজিৰঙাৰ জীৱ-জন্তুবোৰক লৈ চিন্তা ব্যক্ত কৰি নিজৰ টুইটাৰ একাউণ্ট যোগে টুইট কৰি ৰাইজলৈ জীৱ-জন্তুবোৰক সুৰক্ষা প্ৰদান কৰাৰ বাবে অনুৰোধ কৰিছিল।

Heartbroken to hear the devastation caused by the floods in Assam. My thoughts and prayers go out to everyone affected out there. #PrayForAssam

— Virat Kohli (@imVkohli) July 18, 2019

বিৰাট কোহলী : ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে অসমৰ বান পৰিস্থিতিৰ প্ৰতি দুখ ব্যক্ত কৰি বন্যাক্ৰান্ত সকলৰ মংগলৰ প্ৰতি তেওঁ প্ৰাৰ্থনা কৰে বুলি টুইটাৰত প্ৰকাশ কৰিছে।

Assam, Bihar ,Uttar Pradesh ,Tripura are reeling with floods.
It’s time we stand up and support every state.

— Virender Sehwag (@virendersehwag) July 16, 2019

বীৰেন্দাৰ ছেহৱাগ : ভাৰতীয় দলৰ প্ৰাক্তন মাৰ মুখী অপেনাৰ বীৰেন্দাৰ ছেহৱাগেও টুইটাৰ যোগে অসম, ত্ৰিপুৰা, বিহাৰৰ বানপৰিস্থিক লৈ চিন্তা ব্যক্ত কৰি ৰাজ্যকেইখনৰ সৈতে একেলগে থিয় হ’বৰ বাবে সকলোকে আহ্বান জনায়।

Plz help🙏 In Assam, Bihar, Uttar Pradesh, Tripura and Mizoram flood situation has become uncontrollable. These states need support. Request all to contribute in whatever way you can

— Harbhajan Turbanator (@harbhajan_singh) July 18, 2019

হৰভজন সিং : ভাৰতীয় দলৰ প্ৰাক্তন অফ স্পীনাৰ হৰভজন সিঙেও অসম, বিহাৰ আদি ৰাজ্যৰ বান পৰিস্থিকলৈ চিন্তা ব্যক্ত কৰি সকলোকে যেনেকে পাৰে ৰাজ্যকেইখনলৈ সহায় কৰাৰ বাবে আহ্বান জনায়।

Heart breaking to see the situation in Assam. Thoughts and prayers 🙏🏽#StayStrongAssam

— K L Rahul (@klrahul) July 18, 2019

কে এল ৰাহুল : ভাৰতীয় দলৰ আন এগৰাকী অপেনাৰ কে এল ৰাহুলেও অসমৰ বানপানী সম্বন্ধে নিজৰ টুইটাৰত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd