• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ দিনত পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতো যোগ্যতা অৰ্জন কৰিব পৰা নাই হিমাই

ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে মাত্ৰ কেই মাইক্ৰ’ছেকেণ্ড পিছ পৰি আছে হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 5:51 pm
hima-das_

হিমা দাসৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা অসম কন্যা হিমা দাসৰ সন্মুখত আছে যথেষ্ট প্ৰত্যাহ্বান। যুৰোপৰ বিভিন্ন দেশত অনুষ্ঠিত চেম্পিয়নশ্বিপত হিমাই ২০০ আৰু ৪০০ মিটাৰ দৌৰত পদক বুটলিবলৈ সক্ষম হৈছে যদিও এই পৰ্যন্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ২০০ আৰু ৪০০ মিটাৰ শাখাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

চেম্পিয়নশ্বিপত স্থান নিশ্চিত কৰিবলৈ হিমাৰ লগতে প্ৰশিক্ষক আৰু টিম মেনেজমেণ্টে যথেষ্ট মনোনিৱেশ কৰি থকা বুলি জানিব পৰা গৈছে। ২০০ মিটাৰৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ পৰা মাত্ৰ কেই মাইক্ৰ’ছেকেণ্ডমান পিছ পৰি আছে হিমা। কিন্তু চিন্তনীয় বিষয় ৪০০ মিটাৰ।

Apply Now

প্ৰতিযোগিতাখনৰ ২০০ মিটাৰ শাখাত স্থান নিশ্চিত কৰাৰ বাবে যোগ্যতা নিৰ্ধাৰণকাৰী সময় হৈছে ২৩.২০ ছেকেণ্ড। এইটো শাখাত হিমাৰ শেহতীয়া সময় হৈছে ২৩.২৫ ছেকেণ্ড।

আনহাতে ৪০০ মিটাৰৰ যোগ্যতা নিৰ্ধাৰণকাৰী সময় হৈছে ৫১.৮০। আৰু হিমাৰ শেহতীয়া সময় হৈছে ৫২.০৯ ছেকেণ্ড। অৱশ্যে জাকাৰ্টা এছিয়ান গেইমছত ৫০.৭৯ ছেকেণ্ডেৰে দখল কৰিছিল ৰূপৰ পদক। সেয়া আছিল হিমাৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। যদিহে সেই সময়লৈ পুনৰ ঘূৰি আহিব পাৰে তেন্তে প্ৰতিযোগিতাখনত হিমাৰ স্থান নিশ্চিত।

ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ শাখাত যোগ্যতা অৰ্জনৰ বাবে মাত্ৰ ৫ মাইক্ৰ’ছেকেণ্ড পিছ পৰি থকা হিমাই অতি শীঘ্ৰে সেই মান অতিক্ৰম কৰি প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি দলীয়া মেনেজমেণ্টে আশা প্ৰকাশ কৰিছে।

অহা ২৮ ছেপ্তেম্বৰৰ পৰা দোহাত অনুষ্ঠিত হ’ব লগীয়া চেম্পিয়নশ্বিপখনত ২০০ মিটাৰৰ উপৰি ৪০০ মিটাৰতো অসমৰ স্প্ৰিণ্টাৰ গৰাকীয়ে অনায়াসে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি গভীৰ আত্মবিশ্বাসী দলীয় মেনেজমেণ্ট।

উল্লেখ্য যে দোহা ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ শেষ সময়সীমা হৈছে ৬ ছেপ্তেম্বৰ। নিৰ্ধাৰিত সময়লৈ এতিয়াও হিমাৰ হাতত আছে ৪৫ দিন আৰু দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd