• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাৰ্মানীৰ শ্ৰেষ্ঠ গ’লকীপাৰ অলিভাৰ কানে গুৱাহাটীত স্থাপন কৰিব গ’লকীপিঙৰ প্ৰশিক্ষণ একাডেমি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 8:23 am
Oliver Kahn

গুৱাহাটীত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত কানৰ বিষয়ববীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবলৰ গ’লকীপাৰৰ পাৰদৰ্শিতা বৃদ্ধিৰ অগ্ৰণী প্ৰশিক্ষণ একাডেমি গ’লপ্লেৰ চিফ অপাৰেটিং অফিচাৰ মৰিটজ মেটছে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত সাক্ষাৎ কৰি এই প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা কেন্দ্ৰ গুৱাহাটীত স্থাপনৰ দিশত ইচ্ছা ব্যক্ত কৰে।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ সৈতে স্থাপন হোৱা কালৰে পৰা জড়িত তথা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া অলিভাৰ কানে ২০০২ বৰ্ষত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবলত সোণালী গ্ল’ভছ লাভ কৰিবলৈ সক্ষম হৈছিল।

Apply Now

এই প্ৰতিষ্ঠানটোৱে ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে ভাৰতবৰ্ষৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ প্ৰান্তত গ’লকীপাৰৰ পাৰদৰ্শিতা বৃদ্ধিৰ চাৰিটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব। পূব প্ৰান্তৰ বাবে গুৱাহাটীত এই কেন্দ্ৰ স্থাপনৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৱে ইচ্ছা প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকালত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ চিফ অপাৰেটিং অফিচাৰ মৰিটজ মেটছে মুখ্য মন্ত্ৰীক কয় যে গ’লপ্লে ৰাজ্যখনৰ ক্ৰীড়া বিভাগৰ সহযোগিতাৰে দুগৰাকী সম্ভাৱনীয়তা থকা গ’লকীপাৰক মিউনিখলৈ উন্নত প্ৰশিক্ষণৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰিব।

মুখ্য মন্ত্ৰী সোণোৱালে গ’লপ্লেই গুৱাহাটীত উন্নত মানদণ্ডৰ গ’লকীপিং প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ দিশত লোৱা পদক্ষেপৰ বাবে অলিভাৰ কানক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি চৰকাৰে এই পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ দিশত সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি কয়।

আজিৰ সাক্ষাৎকালত সোণোৱালে প্ৰতিষ্ঠানটোৰ চিফ অপাৰেটিং অফিচাৰ মৰিটছ মেটছক ৰাজ্য চৰকাৰে অলিভাৰ কানক অসম ভ্ৰমণৰ বাবে আহ্বান জনোৱাৰ কথাটো অৱগত কৰিবলৈ অনুৰোধ জনায় যাতে তেওঁৰ আগমনে ৰাজ্যখনৰ প্ৰতিভাৱান খেলুৱৈ সকলক আৰু অধিক উৎসাহিত কৰিব পাৰে।

আলোচনাৰ সময়ত মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া তথা ক্ৰীড়া আন্তঃগাথনি উন্নীতকৰণৰ দিশত লোৱা বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কেও সদৰি কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক : অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক : অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm
ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক : অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক : অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd