• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও-কাৰ্বিআংলং সীমান্তত বনৰীয়া হাতীৰ আহাৰৰ বাবে কৰা কৃষিকৰ্ম দেখি আপ্লুত মাইক পাণ্ডে

মাইক পাণ্ডেলৈ ২০১৯ বৰ্ষৰ 'হাতীবন্ধু বঁটা'

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
July 26, 2019 8:11 pm
Mike Pandey

বঁটাগ্ৰহণ কৰা সময়ত মাইক পাণ্ডে

1k
VIEWS
Share on FacebookShare on Twitter

নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি মানুহ আৰু বনৰীয়া হাতীৰ মাজত চলি থকা সংঘাত দূৰ কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈ অহা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ উদ্যোগত আৰু ‘হাতীবন্ধু’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত আয়োজন কৰা এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে চাপানালাৰ ৰংহাং কাৰ্বিং গাঁৱত উপস্থিত হয় প্ৰসিদ্ধ তথ্যচিত্ৰ নিৰ্মাতা মাইক পাণ্ডেকে ধৰি ৩০০ ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ।

উল্লেখযোগ্য যে, ৰংহাং গাঁও আৰু ইয়াৰ নিকতৱৰ্তী অঞ্চলৰ ৰাইজে বনৰীয়া হাতীৰ আগ্ৰাসন ৰোধ কৰিবলৈ দুলু বৰা আৰু হাতীবন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ তৎপৰতাত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীক আহাৰ যোগান ধৰিবৰ বাবে কৃষি কৰ্ম আৰম্ভ কৰিছে।

অঞ্চলটোৰ ২০০ ৰো অধিক বিঘা মাটিত বিনোদ বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে বনৰীয়া হাতীৰ বাবে ধান খেতি কৰিছে যাতে ভৈয়ামৰ গাঁৱৰ খেতিয়কসকলৰ ধাননি পথাৰৰ পৰিৱৰ্তে বনৰীয়া হাতীয়ে ধান কটা দিনত এই ধাননি পথাৰখনকে আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে।

ধান পকা দিনত পাহাৰৰ পৰা হাতী নামি আহি পাহাৰৰ নামনিতে প্ৰয়োজনীয় আহাৰ পালে হাতীৰ জাক গাঁৱৰ ফালে আগনাবাঢ়ে বুলি আশাবাদী দুলু বৰা।

আনহাতে, কাৰ্বি পাহাৰ দাঁতিৰ বিভিন্ন ঠাইত প্ৰায় ৪০/৫০ বিঘা মাটিত বনৰীয়া হাতীৰ বাবে নেফিয়াৰ ঘাঁহ, বাঁহ গছ আদি ৰোপন কৰি হাতীক প্ৰাকৃতিকভাৱে আহাৰ যোগান ধৰাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টা দেখি আপ্লুট হৈ পৰে প্ৰকৃতিপ্ৰেমী মাইক পাণ্ডে।

শুকুৰবাৰৰ অনুষ্ঠানতে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মাইক পাণ্ডেক ২০১৯ বৰ্ষৰ ‘হাতীবন্ধু বঁটা’ প্ৰদান কৰাৰ লগতে হাতীৰ আহাৰৰ বাবে কৃষি কৰ্ম কৰিবলৈ ভূমিদান কৰা লোকসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

বঁটা গ্ৰহণ কৰি পাণ্ডে স্থানীয় ৰাইজৰ মহান প্ৰচেষ্টাৰ সলাগ লয় আৰু এই ব্যতিক্ৰমী প্ৰয়াসৰ ওপৰত কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণৰ বাবে তেওঁ পুনৰ অসমলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে বিভিন্ন স্থানৰ পৰা অহা দুই হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd