• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেক্সটাইল মন্ত্ৰণালয়ৰ অধীনত অসমে ৰেহাই লাভ কৰি আহিছে : স্মৃতি ইৰাণী

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
July 26, 2019 9:45 pm
Smriti Irani

স্মৃতি ইৰাণী। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেক্সটাইল মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে শুকুৰবাৰে টেক্সটাইল আয়ুক্তৰ কাৰ্য্যালয়ে সংশোধিত প্ৰযুক্তি উন্নয়ণ কোষ আঁচনিৰ অধীনত অসমকে ধৰি বিনিয়োগকাৰীসকলক প্ৰয়োজনীয় ৰেহাই প্ৰদান কৰি আহিছে বুলি কোৱাৰ লগতে বিনিয়োগকাৰীসকলৰ ওচৰত থকা যন্ত্ৰসমূহৰ আধুনিকীকৰণৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱৰ বাবে কাম কৰি আছে বুলি উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত শিৱসাগৰৰ মেগা হেণ্ডলোম ক্লাষ্টাৰৰ অধীনত ব্যক্তিগত বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয়। এই প্ৰকল্পটোত চৰকাৰে ৮০ শতাংশ বিনিয়োগ কৰাৰ বিপৰীতে ব্যক্তিগত বিনিয়োগকাৰীসকলে ২০ শতাংশ বিনিয়োগ কৰে।

Apply Now

২০১৭ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ কাৰণে এনেধৰণৰ প্ৰকল্পৰ ক্ষেত্ৰত ৬.৯১ কোটি টকা মোকলাই দিছে য’ত অংশগ্ৰহণকাৰী বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছে ১.৯১ কোটি। অসমৰ হস্তশিল্পী সকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে হস্তশিল্প বিকাশ আয়ুক্তৰ কাৰ্য্যালয়ে আম্বেদকাৰ হস্তশিল্প বিকাশ যোজনাৰ অধীনত ৩৯ টা অঞ্চল চিনাক্ত কৰি কাম কৰিছে যাৰ ফলত বিগত দুবছৰত ৪৯৭০ গৰাকী শিপিনী উপকৃত হৈছে।

উত্তৰ-পূৰ্বাঞ্চল টেক্সটাইল প্ৰসাৰ আঁচনিৰ অধীনত চৰকাৰে ২০১৮-১৯ চনত অসম আৰু বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদত দুটা এৰি মুগা মিল স্থাপন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে ৰোগগ্ৰস্ত ঔদ্যোগিক প্ৰতিষ্ঠান (বিশেষ ক্ষমতা) আইনৰ অধীনত নিৰ্দিষ্ট সময়ৰ ভিতৰত দুৰ্বল প্ৰতিষ্ঠানসমূহ চিনাক্ত কৰি পুনৰ নিৰ্মাণৰ বাবে এখন বিত্তীয় আৰু ঔদ্যোগিক পুনৰ উন্নয়ন বোৰ্ডো গঠন কৰে বুলি ইৰাণীয়ে কয়।

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব টেক্সটাইল প্ৰসাৰ আঁচনিৰ অধীনত কেন্দ্ৰীয় ৰেচম বোৰ্ডে চাৰিটা বিভাগত ৰেচম প্ৰকল্পৰ প্ৰয়োগৰ দ্বাৰা ৰেচম উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা হাতত লৈছে। এই চাৰিটা বিভাগ হ’ল ক্ৰমে- সামূহিক ৰেচম শিল্প বিকাশ প্ৰকল্প, ইনটেনচিভ বিভোলটাইন ৰেচম শিল্প বিকাশ প্ৰকল্প, এৰি কাটা ৰেচম মিল আৰু আকাংশিত জিলা।

উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত ৰেচম শিল্পৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত কাম-কাজৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰাৰ বাবে গুৱাহাটীত এটা আঞ্চলিক কাৰ্য্যালয় স্থাপন কৰা হৈছে।

বৰ্তমান নগাঁও আৰু শিলঘাটত থকা অসম কো-অপাৰেটিভ কাগজ কলৰ বাবে কোনোধৰণৰ বিশেষ পেকেজৰ কথা বিচাৰাধীন হৈ থকা নাই। আনহাতে, কাগজ কল দুটাক ভৌগলিক অৱস্থান আৰু স্থানীয় বজাৰৰ সীমিত উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইৰাণীয়ে মন্তব্য কৰে।

ৰূপা সৰকাৰ

ৰূপা সৰকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd