• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ অৱহেলা, বানপানী তথা সংবাদ মাধ্যমৰ ভূমিকাৰ আলোচনাৰে আলফা (স্বা:)ৰ বিবৃতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 1:32 pm
ULFA Press release

পৰেশ বৰুৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আৰু অন্যায়ক কঠোৰ সমালোচনাৰে সংযুক্ত মুক্তি বাহিনী অসমে (স্বাধীন) শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে।

প্ৰেছ বিজ্ঞপ্তিটোত স্বাধীন অসমৰ যুক্তি উত্থাপন কৰি সংগঠনটোৱে পাকিস্তানৰ পৰা বাংলাদেশ স্বাধীন হৈ আজি পাকিস্তানতকৈ উন্নত দেশ হিচাপে প্ৰতিষ্ঠা লাভৰ উদাহৰণ উল্লেখ কৰে।

আনহাতে, অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে হেজাৰ জনৰ মাটি-ভেঁটি উছন কৰা, বহুগৰাকীৰ প্ৰাণ কাঢ়ি নিয়া বানপানী কাৰ বাবে হৈ আছে সেই কথা অসমৰ জনসাধাৰণক গমি-পিতি চোৱাৰ বাবে আলফাই আহ্বান জনায়।

তদুপৰি, বিগত সময়ছোৱাত সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন তুলি সংগঠনটোৰ ফালৰ পৰা বিজ্ঞপ্তিটোত ম্যানমাৰত সংগঠনটোৰ দুই, এজন সদস্য স্বাস্থ্য জনিত কাৰণত মৃত্যু হোৱা বাতৰিক ভুল তথ্যৰে সংবাদমাধ্যমে প্ৰকাশ কৰা বাতৰিত সংগঠনটো ব্যথিত হৈ পৰিছে বুলি উল্লেখ কৰা হয়।

সংগঠনটোৱে উৰা বাতৰি বা সজা বাতৰি বিয়পি নপৰিবলৈ পুৰণিকলীয়া সংবাদ মাধ্যমৰ পুনৰ প্ৰচলনেৰে আৰু মুক্ত-সাংবাদিকতাৰে সচেতনতা বৰ্তাই ৰখাৰ প্ৰয়োজন আহি পৰিছে বুলি উল্লেখ কৰি বৰ্তমানৰ সংবাদ মাধ্যমৰ ধাৰাটোক তীব্ৰ সমালোচনা কৰে।

প্ৰেছ বিজ্ঞপ্তিটোত ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙক সমালোচনা কৰি সংগঠনটোৱে কয় যে গৃহমন্ত্ৰীগৰাকীয়ে আলফাক দমন কৰিব পৰাটোৱে তেওঁৰ শ্ৰেষ্ঠ কৃতিত্ব বুলি ভাবে কিন্তু এনে দমন নীতিয়ে আলফাক পূৰ্বতকৈ শক্তিশালীহে কৰিছে।

বানপানী, সংবাদ মাধ্যমৰ ভূমিকা, বাংলাদেশক ভূমি হস্তান্তৰণ আদি বিষয়েৰে প্ৰকাশ কৰা আলফা(স্বাধীন)ৰ প্ৰেছ বিজ্ঞপ্তিয়ে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত কেনেদৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd