• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য : প্ৰথমখন আন্তৰ্জাতিক মেচতেই অভিলেখ নৱদীপ সৈনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2019 11:48 am
https://assam.nenow.in/wp-content/uploads/2019/08/i.jpg

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে চমৎকাৰ প্ৰদৰ্শনেৰে অভিলেখ গঢ়া নৱদীপ সৈনী। ফটো : ইন্টাৰনেটৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে ফ্ল’ৰিডাত শনিবাৰে খলা প্ৰথমখন আন্তৰ্জাতিক টী-২০ খেলত নৱদীপ সৈনীয়ে চমৎকাৰ প্ৰদৰ্শন আগবঢ়ায়।

প্ৰতি ঘন্টাত ১৪০-১৫০ কিলোমিটাৰ গতিবেগত বলিং কৰা সৈনীয়ে প্ৰথমখন আন্তৰ্জাতিক মেচতেই কেইবাটাও অভিলেখ গঢ়ে।

Apply Now

নৱদীপ সৈনীয়ে অনবদ্য বলিং কৰি চাৰি অভাৰত এটা মেইডেন সহ মাত্ৰ ১৭ ৰাণৰ বিনিময়ত তিনিটা উইকেট দখল কৰে।

নৱদীপে তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে মেন অফ দ্য মেচ পুৰস্কাৰো লাভ কৰে।

খেলখনত সৈনীয়ে ৱেষ্টইণ্ডিজৰ ইনিংছৰ অন্তিম অভাৰটো মেইডেন দি নতুন অভিলেখ গঢ়ে।

টী-২০ আন্তৰ্জাতিক ক্ৰিকেটৰ ইনিংছৰ অন্তিম অভাৰটোত মেইডেন লাভ কৰা নৱদীপ সৈনী প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ।

বিশ্ব ক্ৰিকেটত ইয়াৰ পূৰ্বে আৰু মাত্ৰ তিনিজন খেলুৱৈয়ে এই অভিলেখৰ অধিকাৰী হৈছে।

টী-২০ আন্তৰ্জাতিক ক্ৰিকেটত ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ জীতেন পেটেল, পাকিস্তানৰ মহম্মদ আমিৰ  আৰু ছিংগাপুৰৰ জনক প্ৰকাশে ইনিংছৰ অন্তিম অভাৰটো মেইডেন দিছিল।

তাৎপৰ্যপূৰ্ভাৱে, নৱদীপ সৈনী আৰু জনক প্ৰকাশ বিশ্বৰ এনে দুগৰাকী খেলুৱৈ যিয়ে নিজৰ প্ৰথমখন খেলতে ইনিংছৰ অন্তিম অভাৰটোত মেইডেন পায়।

সৈনীয়ে তেওঁৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰে।

টী-২০ আন্তৰ্জাতিক ক্ৰিকেটত জীৱনৰ প্ৰথমখন মেচৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰা সৈনী হৈছে দ্বিতীয়জন ভাৰতীয় বলাৰ।

ইয়াৰ পূৰ্বে ২০০৯ ত প্ৰজ্ঞান ওজাই বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰিছিল।

ইয়াৰোপৰি, নৱদীপ সৈনীয়ে টী-২০ আন্তৰ্জাতিক ক্ৰিকেটত জীৱনৰ প্ৰথমখন মেচতে ‘মেন অফ দ্য মেচ’ লাভ কৰা ষষ্ঠ গৰাকী ভাৰতীয় খেলুৱৈ।

ইয়াৰ পূৰ্বে এই সন্মান লাভ কৰিছিল দীনেশ কাৰ্তিক, প্ৰজ্ঞান ওজা, এছ বদ্ৰীনাথ, অক্ষৰ পেটেল আৰু বৰিন্দৰ সৰাঙে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd