• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ জানুৱাৰীৰ দিনা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 3:50 pm
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ দৰে এইবছৰো জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চ আৰু জি এল পি ছ’চিয়েল চাৰ্কলে যুটীয়াভাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপজা দিনটো আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে। অহা ৩১ জানুৱাৰী বুধবাৰে ‘ওপজা দিনত  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক নামৰ এটি অনুষ্ঠানেৰে শিল্পীজনক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব।

৩১ তাৰিখে বিয়লি ৪ বজাৰ পৰা গুৱাহাটী উজান বজাৰৰ ছহিদ ভৱনত  অনুষ্ঠিত হ’বলগা অনুষ্ঠানত মহান শিল্পীজনাক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি অসমৰ বৰ্তমান কালৰ দুগৰাকী বৰেণ্য কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু ড০ সংগীতা কাকতীক সম্বৰ্ধনা জনোৱা হ’ব।

Apply Now

প্ৰত্যেক বছৰৰ দৰেই এই বছৰো ৰঞ্জন কুমাৰ ভট্টাচাৰ্যৰ পৰিচালনা আৰু জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চৰ দ্বাৰা প্ৰয়োজিত, ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ শীৰ্ষক জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ এটি শ্ৰব্য সংকলন প্ৰকাশেৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলী জনাব। অসমৰ বিভিন্ন প্ৰান্তৰ ন-পুৰণি তথা বিভিন্ন বয়সৰ শিল্পীসকলৰ কণ্ঠেৰে বাণীবদ্ধ কৰা হৈছে এই সংকলনটি।

যোৱা বছৰৰ ২৪ৰ পৰা ৩১ ডিচেম্বৰলৈ গুৱাহাটী কৰ্মাছ কলেজত আয়োজিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গান আৰু সৃষ্টিশীল কৰ্মৰাজি শীৰ্ষক কৰ্মশালা আৰু আলোচনাচক্ৰত অংশগ্ৰহণকাৰী সকলৰ মাজত আয়োজিত ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ৰচনাসমূহৰ এটি সংকলনো উন্মোচন কৰা হ’ব বুলি আয়োজকে জানিবলৈ দিছে।

উক্ত প্ৰতিযোগিতাত স্থান লাভ কৰা লিখক তথা প্ৰশিক্ষাৰ্থীসকল হ’ল ‘ক’ শাখাৰ প্ৰথম হৰ্ষৰাজ কাশ্যপ, দ্বিতীয় জিনি কাশ্যপ, তৃতীয় আয়ুস্মান চক্ৰৱৰ্তী, চতুৰ্থ হূষীকেশ শইকীয়া আৰু পঞ্চম খ্যাতিশ্ৰেয়া নাথ।  ‘খ’শাখাৰ প্ৰথম ববিতা গোস্বামী, দ্বিতীয় দৰ্শনা দেৱী, তৃতীয় মহাশ্বেতা গোস্বামী, চতুৰ্থ ভাৰ্লিন দাস, পঞ্চম জুলি ৰাজবংশী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদন; অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

June 23, 2026 12:59 pm
আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

সংসদৰ চলিত অধিৱেশনকে ধৰি ঘৰুৱা জৰুৰী ব্যস্ততাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল, দিল্লীত হ’ব মোদীৰ সৈতে বৈঠক

June 23, 2026 2:48 pm
প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

June 23, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd