• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিঅ’ফাইবাৰৰ সৈতে কেনেকৈ লাভ কৰিব বিনামূলীয়া 4K LED TV আৰু Set Top Box?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 4:23 pm
RIL hydrocarbon division announces salary cuts, Mukesh Ambani to forgo entire compensation
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৫ ছেপ্টেম্বৰত ৰিলায়েন্সে ভাৰতত বাণিজ্যিকভাৱে জিঅ’ফাইবাৰ ব্ৰডবেণ্ড সেৱা মুকলি কৰিব।

তাঁৰযুক্ত ইন্টাৰনেট সেৱাটোত 1Gbps পৰ্যন্ত ডাটা স্পীড উপলব্ধ হ’ব যিয়ে হাই কোৱেলিটি কন্টেন্টৰ সুবিধা আগবঢ়োৱাৰ লগতে মাল্টি-প্লেয়াৰ গেমিঙতো সহায় কৰিব।

Apply Now

সেই সকলোবোৰ পাহৰি যাওক।

ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে জিঅ’ফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে এটা বিনামূলীয়া 4K LED TVআৰু  set top boxৰ ঘোষণা কৰি সকলোকে অধীৰ কৰি তুলিছে।

সেয়ে, এয়া কেনেকৈ পোৱা যাব আৰু ৰিলায়েন্স জিঅ’ই এই আকৰ্ষণীয় যুগ্ম প্ল্যান’ কেনেকৈ আগবঢ়াব সেই বিষয়ে জানো আহক।

জিঅ’ফাইবাৰৰ বাবে শ্বাইনিং আপ কৰা সকলেহে এই যুগ্ম অফাৰটো লাভ কৰিব।

লগতে পঢ়ক http://ৰিলায়েন্সৰ ঘোষণা-৭০০ টকাত পাব Jio Gigafiber : লাভ কৰিব বিনামূলীয়াকৈ LED টিভি

কিন্তু ইয়াৰ বাবে আপুনি অহা কেই সপ্তাহৰ ভিতৰতে ঘোষণা কৰিবলগীয়া বাৰ্ষিক প্ল্যানৰ বাবে পঞ্জীয়ন কৰিব লাগিব।

এই বাৰ্ষিক প্ল্যানত টিভি ইআৰু ছেট আপ বক্স লাভ কৰাৰ খৰচো অন্তৰ্ভুক্ত হ’ব।

‘’জিঅ’ফাইবাৰৰ যিসকল গ্ৰাহকে বাৰ্ষিক প্ল্যান (জিঅ’ফাইবাৰ প্ল্যান) বাচি ল’ব, তেওঁলোকে এটা HD বা 4K LED TVআৰু এটা  set top box সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আমি ইয়াক জিঅ’ফাইবাৰ ৱেলকাম অফাৰ বুলি কৈছো,’’-ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে এইদৰে কয়।

ৰিলালেন্স জিঅ’ই LED TVৰ বাবে কাৰ সৈতে চুক্তিবদ্ধ হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও ই HD বা 4K LED TVআগবঢ়োৱালৈ চাই, কোম্পানীটোৱে ৰিলায়েন্স ডিজিটেল (অনলাইন আৰু অফলাইন) ষ্ট’ৰসমূহৰ জৰিয়তে ইয়াক উপলব্ধ কৰাৰ সম্ভাৱনা আছে।

HDভাৰ্ছন ৰিকানেক্ট টিভিৰ দৰ ৯,০০০টকা, ৪৩-ইঞ্চি ফুল HD TVৰ দৰ ২৩,০০০ টকা আৰু ৫৫-ইঞ্চি 4K TVটিভিৰ দৰ ৩৪,০০০ টকা ৱেবছাইটত দেখিবলৈ পোৱা যায়।

ৰিলায়েন্সে জিঅ’ফাইবাৰৰ সন্দৰ্ভত তথা এই অফাৰ সম্পৰ্কে আৰু কি অধিক তথ্য প্ৰকাশ কৰে তালৈ অপেক্ষা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd