• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় জিলাৰ ৰাজগড়ত গণতান্ত্ৰিক প্ৰতিবাদকাৰীক আটক কৰাক লৈ প্ৰতিক্ৰিয়া

বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে দিয়া ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবী NH 52B ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 8:58 pm
Protest_NH52B

NH-52B-ৰ ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চৰ প্ৰতিবাদৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ ৰাজগড়ত NH 52B ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চই আজি উলিওৱা এটা গণতান্ত্ৰিক প্ৰতিবাদক বাধা দি প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যৌথ মঞ্চই আজি NH 52B ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চৰ অন্যতম সদস্য তথা চি পি আই (এম এল)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত প্ৰায় তিনি শতাধিক লোকক লৈ প্ৰতিবাদী সমদল উলিয়াইছিল।

Apply Now

সংবাদ মাধ্যমৰ আগত মঞ্চই জানিবলৈ দিয়া মতে, আজিৰ এই গণতান্ত্ৰিক প্ৰতিবাদটোৰ বাবে আগতীয়াকৈ প্ৰশাসনক অৱগতও কৰিছিল।

কিন্তু তাৰ পিছতো আজি আৰক্ষীয়ে প্ৰতিবাদী সমদলটোক আগ বাঢ়িবলৈ নিদি গাড়ীত উঠাই নি ৰাজগড় আৰক্ষী চকীত আবদ্ধ কৰি ৰাখে। আটকাধীন প্ৰতিবাদকাৰীসকলে থানা চৌহদতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

মঞ্চৰ সদস্য বিতোপন বকলিয়ালে আঁত ধৰা প্ৰতিবাদী সভাখনত মঞ্চৰ সদস্য ৰহেশ্বৰ সোণোৱাল, প্ৰমোদ চাংমাই, গনেশ কোঁৱৰ আদিকে ধৰি ভালেকেইজন বক্তাই বক্তব্য প্ৰদান কৰে। গণতান্ত্ৰিক প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে বুলি অভিহিত কৰে।

আজিৰ ঘটনাই সমগ্ৰ ঘটনাৰ পিছফালে যে বিধায়ক বিমল বড়া জড়িত সেইটো প্ৰমাণ কৰিলে বুলিও বক্তাসকলে মন্তব্য কৰে।

বক্তাসকলে প্ৰশ্ন কৰি কয়, “বিমল বড়াইহে যদি পথৰ সম্প্ৰসাৰণত ক্ষতিগ্ৰস্তৰ প্ৰাপ্য ধন আনিছিল তেন্তে চৰকাৰী মাটিৰ দখলদাৰৰ ফচলৰ ক্ষতিপূৰণৰ লগত অতিৰিক্ত চলেচিয়াম হিচাপে পাব লগীয়া ৪২% ধন অৰ্থাৎ প্ৰায় তিনি কোটি টকা ক’লৈ গল?”

তাৰোপৰি প্ৰতিবাদকাৰীসকলে বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ মাজেৰে ক্ষতিগ্ৰস্তৰ ন্যায্য প্ৰাপ্য আন্দোলনক ধংস কৰাৰ চক্ৰান্ত চলা বুলি কয়। মঞ্চৰ নেতা তথা সফলতাৰে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ পোৱাত সহায় কৰা চি পি আই (এম এল)ৰ নেতা বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ৰুজু হোৱা ভুৱা গোচৰ সোনকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী তোলে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক NH-52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চৰ সংবাদমেল : নেতৃত্ব বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ

প্ৰতিবাদকাৰীসকলে পিছত চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, ডিব্ৰুগড়লৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে।

NH 52B ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চই জনোৱা মতে, ডিব্ৰুগড় জিলাত নিৰ্মাণ কৰিবলৈ লোৱা NH 52B-ৰ বাবে  ডিব্ৰুগড় জিলাত সৰ্বমূঠ ৫৭খন ৰাজহ গাঁৱৰ ১৭০০-তকৈ অধিক পৰিয়ালৰ পৰা ২০০০ বিঘাতকৈ অধিক মাটি অধিগ্ৰহণ কৰা হৈছে।

এই অধিকৃত ভূমিৰ প্ৰায় ৫৫০ বিঘা চৰকাৰী মাটি। কিন্তু অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ বিঘাই প্ৰতি প্ৰদান কৰা হৈছিল ১৭ হাজাৰ টকাৰ পৰা ১ লাখ টকা মাত্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd