• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ শালনাত ৩০ কেজি ওজনৰ অজগৰ উদ্ধাৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 20, 2019 9:42 am
Python rescued

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ অঞ্চলত পূৰ্বে কেতিয়াও উদ্ধাৰ নোহোৱা এডাল বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ হয়।

উদ্ধাৰ হোৱা অজগৰটোৰ দৈৰ্ঘ্য প্ৰায় ১৪.৪ ফুট আৰু ওজন প্ৰায় ৩০ কিলোগ্ৰামতকৈও অধিক হ’ব বুলি বন বিভাগে জনায়।

অজগৰডাল ডাঙিবলৈ প্ৰয়োজন হৈছিল প্ৰায় সাত জনকৈ লোকৰ। এনেধৰণৰ বৃহৎকায় অজগৰ উক্ত অঞ্চলত কেতিয়াও উদ্ধাৰ হোৱা নাই বুলি জনায় বন বিভাগৰ লোকে।

উল্লেখ্য যে, মুখ্য মন্ত্ৰী সোনোৱালে যোৱা ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনা গুৱাহাটীৰ খানাপাৰাত ৰাজহুৱাভাবে “মুখ্য মন্ত্ৰীৰ শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা-২০১৯” প্ৰদান কৰা নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰাই এই বাৰ্মীজ পাইথন ডাল নিজ পত্নী আৰু বন বিভাগৰ সহযোগত শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ৰেকা পাহাৰ অঞ্চলত উদ্ধাৰ কৰিছিল।

একাংশ লোকে জনাঞ্চলৰ সমীপতে এই প্ৰকাণ্ড অজগৰটোৰ অকস্মাৎ প্ৰত্যক্ষ কৰি প্ৰথম অৱস্থাত শংকিত হৈ পৰে যদিও ঘটনাৰ বিষয়ে জানিব পাৰি সেই ঠাইত দুলু বৰা উপস্থিত হৈ উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ অজগৰটো।

ইফালে উদ্ধাৰ হোৱা অজগৰটোৰ বিষয়ে প্ৰয়োজনীয় তথ্য আহৰণ কৰাৰ পাছত অজগৰটো নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তীৰ এখন বিশেষ ডাঠ বনাঞ্চলত মুক্ত কৰি দিয়া হয়।

অৱশ্যে এনে এডাল বৃহৎ আকাৰৰ বিৰল প্ৰজাতিৰ সৰীসৃপ শ্ৰীবৃদ্ধি হ’ব পৰাকৈ যে নগাঁও কাৰ্বিআংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত প্ৰয়োজনীয় উপযোগী এটা পৰিবেশ আছে তাক লৈ এতিয়া নিশ্চিন্ত হৈছে বন বিভাগৰ লগতে দুলু বৰাও।

ইফালে পত্নী মেঘ্না বৰা সহ বিনোদ দুলু বৰাই নগাঁও-কাৰ্বি আংলং জিলাৰ বৃহত্তৰ অঞ্চলত কেৱল হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ চেষ্টা কৰাই নহয় বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু সংৰক্ষণ বাবে কৰি অহা দীৰ্ঘদিনীয়া প্ৰচেষ্টাক ভূয়সী প্ৰশংসাৰে উপচাই পেলাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd