• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ ‘চন্দ্ৰযান-২’ৰ; তিনিগৰাকী অসমীয়া বিজ্ঞানীয়ে গৌৰৱান্বিত কৰিছে ৰাজ্যক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 12:47 pm
Chandrayaan-2

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-২’ ই মঙলবাৰে সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

‘চন্দ্ৰযান-২’ ৰ ঐতিহাসিক সফলতাৰ বিষয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই টুইটাৰত এনেদৰে প্ৰকাশ কৰিছে-

Apply Now

‘‘আজি(২০ আগষ্ট,২০১৯)ত  ভাৰতৰ ‘চন্দ্ৰযান-২’ য়ে চন্দ্ৰৰ লুনাৰ কক্ষপথত প্ৰৱেশ কৰিছে। চন্দ্ৰ পৃষ্ঠত ৭ ছেপ্তেম্বৰ,২০১৯ ত বিক্ৰমে অৱতৰণ কৰিব’’।

ইছৰোৰ ফালৰ পৰা প্ৰকাশিত জাননি অনুসৰি ‘চন্দ্ৰযান-২’ৰ সকলো অংশই সফলভাৱে কাম কৰি আছে।

বাংগালুৰুত থকা ইছৰোৰ মিশ্যন অপাৰেশ্যন কমপ্লেক্সৰ ট্ৰেকিং এণ্ড কামাণ্ড নেটৱৰ্কৰ পৰা মহাকাশযানখনৰ সকলো অংশ প্ৰতিটো সময়ত সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে।

কৰ্ণাটকত থকা ‘ইণ্ডিয়ান ডীপ স্পেচ নেটৱৰ্ক’ৰ সহায়ত নিৰীক্ষণ অভিযান অতি সক্ৰিয়ভাৱে কৰি থকা হৈছে।

ভাৰতে ২২ জুলাইত সফলভাৱে ‘চন্দ্ৰযান-২’ মুকলি কৰি ইতিহাস ৰছনা কৰিবলৈ সক্ষম হৈছিল।

অন্ধ্ৰপ্ৰদেশৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ৯৭৮ কোটি টকা ব্যয় সাপেক্ষে ‘চন্দ্ৰযান-২’ চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰা হৈছিল।

ভাৰতৰ সমগ্ৰ ‘চন্দ্ৰযান-২’ অভিযানৰ সৈতে অসমৰ তিনিগৰাকী বিজ্ঞানী ক্ৰমে জিতেন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙ জড়িত হৈ আছে।

জেষ্ঠ মহাকাশ বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামীয়ে ‘চন্দ্ৰযান-২’ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

আনহাতে, দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙে ক্ৰমে ইছৰোৰ স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ সঞ্চালক আৰু প্ৰডাকশ্যন ষ্টেজৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছে।

স্বাভাৱিকতে চন্দ্ৰযান-২ৰ সফলতাই সমগ্ৰ ভাৰতৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd