• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰহাৰ টোলগেট অবৈধ’; টোলগেট সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 21, 2019 7:40 pm
TooolGateee

ৰুবুল দাস আৰু ৰহাৰ টোল গেট

1.2k
VIEWS
Share on FacebookShare on Twitter

ৰহাৰ টোলগেট পুনৰ মুকলি কৰা হ’ব বুলি মুখ্য মন্ত্ৰীৰে নীতিন গাদকাৰীৰ সৈতে মঙলবাৰে হোৱা বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জাতীয় দল সংগঠন।

ৰহাৰ টোলগেটখন সম্পূৰ্ণকৈ বন্ধ কৰাৰ বাবে দাবী তুলিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। লগতে টোলগেটখন সম্পূৰ্ণৰূপে অবৈধ বুলিও দাবী কৰে সংগঠনটোৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে।

‘ৰহাৰ টোলগেটখন বৈধ নহয়, নগৰ সমিতিৰ সীমাৰ ভিতৰত কোনো টোলগেট স্থাপন কৰিব নোৱাৰে। এই টোলগেটখন ৰহা নগৰ কমিটিৰ ১ কি:মি ব্যাসাৰ্ধৰ ভিতৰত স্থাপন কৰা হৈছিল’। নৰ্থ ইষ্ট নাওৰ আগত এই মন্তব্য কৰে ৰুবুল দাসে।

ইপিনে, ৰহাৰ টোলগেটখন চৰকাৰক সম্পূৰ্ণকৈ ভাঙি পেলাবলৈ দাবী জনাই তেওঁ কয় ‘যদি চৰকাৰে নাভাঙে তেন্তে ৰাইজেই এই টোলগেটখন ভাঙি দিয়া উচিত বুলি মই ভাবো’।

তদুপৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ এখন টোলগেট মুকলি কৰাটো যুক্তিসংগত নহয় বুলি দাবী কৰে দাসে।

তেওঁ কয় ‘ৰহাৰ পৰা আৰম্ভ কৰি উজনি অসমলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোত ডাঙৰ ডাঙৰ গাঁত আছে। লগতে নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই। এনেপৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে কোনোপধ্যেই ৰহা টোলগেট মুকলি কৰিব নোৱাৰে।‘

ৰহা টোলগেট মুকলি কৰি ভূতৰ ওপৰত দানৱ পৰাদি জনসাধাৰণক মাধমাৰ সোধাব বিচৰা হৈছে বুলিও দাসে অভিযোগ কৰে।

ইপিনে, জনসাধাৰণ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকাৰীৰ হেঁচাত পূৰ্বে দুবাৰকৈ এই ৰহা টোলগেট বন্ধ কৰা হৈছিল বুলি দাবী কৰি তেওঁ চৰকাৰক সকীয়াই দি কয় ‘এইবাৰ যদি পুনৰ মুকলি কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।’

দাসৰ দাবী ‘যি পৰ্য্যন্ত চাৰিলেনযুক্ত পথৰ কাম সম্পূৰ্ণ নহ’ব, মেৰামতি কৰা নহ’ব, তেতিয়ালৈকে এই টোলগেট সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগিব।’

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd