• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰমশঃ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে জম্মু- কাশ্মীৰলৈ : সাংবাদিক টিটো গঞ্জু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 6:48 am
IMG-20190823-WA0052-1

শুকুৰবাৰে গুৱাহাটীৰ সাংবাদিকৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে বাৰ্তালাপ কৰে কাশ্মীৰৰ সাংবাদিক টিটো গঞ্জুৱে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ৰাজ্যখনৰ লাডাখ আৰ জম্মু অঞ্চলৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু শ্ৰীনগৰ উপত্যকাৰো পৰিস্থিতি উন্নত হৈছে,’’-এই মন্তব্য ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক টিটো গঞ্জুৰ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিক সকলৰে এক বাৰ্তালাপ অনুষ্ঠানত জম্মুৰ পৰা অংশগ্ৰহণ কৰি গঞ্জুৱে স্পষ্টভাৱে কয় যে এই সিদ্ধান্ত (৩৭০ অনুচ্ছেদ বাতিল) সঠিক আৰু নিৰ্ণায়ক।

Apply Now

এক অস্থায়ী ব্যৱস্থাপনাক বিশেষ অধিকাৰ বুলি প্ৰতীয়মান কৰাৰ অনাহক বিৰ্তকৰ অৱসানে জম্মু-কাশ্মীৰৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব  বুলিও তেওঁ দোহাৰে।

জম্মুৰ লগতে শ্ৰীনগৰৰ পৰা সকলো বাতৰিকাকত নিয়মীয়াকৈ প্ৰকাশ পাই আছে বুলি উল্লেখ কৰি গঞ্জুৱে অৱশ্যে তাত ইন্টাৰনেট সেৱা কিছু লেহেমীয়া হৈ থকা বুলি জানিব দিয়ে।

ইয়াৰ মাজতে জম্মুৰ  পৰা ভিডিও কনফাৰেন্স যোগে তেওঁ গুৱাহাটীৰ সাংবাদিকৰ লগত বাধাহীনভাবে কথা পাতিবলৈ পাই অত্যন্ত সুখী বুলি প্ৰকাশ কৰে।

কাশ্মীৰ সম্পৰ্কত কোনো বিতৰ্কৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি গঞ্জুৱে দাবী কৰে যে জম্মু-কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ লগত চামিল হ’বলৈ লোৱাৰ সিদ্ধান্তৰ পাছতেই সমগ্ৰ কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ হৈ পৰে।

তাত সমস্যাৰ সৃষ্টি কৰিছে কেৱল পাকিস্তানেহে। এই সমস্যাৰ আশু সমাধানৰ পথ সম্প্ৰতি প্ৰশস্ত হোৱা বুলিও তেওঁ দৃঢ়তাৰে কয়।

কাশ্মীৰৰ সমাজ-সংস্কৃতিৰ এক অনন্য দলিল কলহনৰ ‘ৰাজতৰঙ্গিনী’ৰ কথা উল্লেখ কৰি গঞ্জুৱে ভাৰতীয় সমাজ-সংস্কৃতিৰ লগত কাশ্মীৰৰ হাজাৰ বছৰীয়া সান্নিধ্যৰ কথা সোঁৱৰে।

উল্লেখযোগ্য যে, ৰাজতৰঙ্গিনীৰ এক গুৰুত্বপূৰ্ণ চৰিত হ’ল অসম জীয়ৰী অমৃতপ্ৰভা।পাছলৈ কাশ্মীৰৰ এগৰাকী জনপ্রিয় ৰাণী ৰূপেও অমৃতপ্ৰভা প্ৰতিষ্ঠিত হৈছিল।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এপিল’গ আলোচনীৰ সম্পাদক গঞ্জুৱে কাশ্মীৰি পণ্ডিতসকলৰ প্ৰত্যাগমন সহজসাধ্য নহ’ব বুলি উল্লেখ কৰে যদিও পৰিৱৰ্তিত পৰিস্থিতিত তাৰ সম্ভাৱনীয়তা তেওঁ নুই নকৰিলে।

তদুপৰি, কাশ্মীৰি জাতীয়তাবাদৰ নামত এচামে ধৰ্মীয় মৌলবাদক প্ৰশ্ৰয় দি অহা বুলিও তেওঁ দাবী কৰে।

আন এক প্ৰশ্নৰ উত্তৰত পাকিস্তান অধিকৃত কাশ্মীৰৰ কথা উল্লেখ কৰি তেওঁ সেয়া আটাইতকৈ অনুন্নত অঞ্চল বুলি অভিহিত কৰে।

তাত সন্ত্ৰাসবাদীৰ ঘাটি  আৰু পাকিস্তানী সেনাৰ শিবিৰক বাদ দি একোৱে নাই বুলি  গঞ্জুৱে মত প্ৰকাশ কৰে।

তদুপৰি, পাক-অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে শেহতীয়াকৈ ইছলামাবাদৰ বিৰুদ্ধে থিয় হোৱাৰ ঘটনাও ঘটা বুলি তেওঁ দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd