• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ ফেব্ৰুৱাৰীৰ  পৰা জোনাইত মিচিং বানে কেবাং অধিৱেশন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 2:46 pm
জোনাই অধিৱেশন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনকাৰেঙত অনুষ্ঠিত হ’ব মিচিং বানে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মিচিং বানে কেবাঙৰ অধিৱেশনখন সফল কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিৰ মূল কমিটীৰ লগতে বিভিন্ন উপ–সমিতিসমূহে পূৰ্ণগতিত কাম কৰি আছে।

মিচিং বানে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশনৰ ঘোষিত কাৰ্যসূচীমতে ১ ফেব্ৰুৱাৰীত এ বি কেৰ উপ–সভাপতি টনি পেৰতিনৰ দ্বাৰা অধিৱেশনথলী ‘আবুতানি লত্তা’ উন্মোচনেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।  ইয়াৰ পিছত জিতেন্দ্ৰ কুমাৰ দলেৰ দ্বাৰা ডিম্বেশ্বৰ দলে সোঁৱৰণী খাদ্য মেলা, জন্মেশ্বৰ মেদকৰ দ্বাৰা মাঘৰ পেগু সোঁৱৰণী ভোজনালয়, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু  মেদকৰ দ্বাৰা নন্দলাল নৰহ  সোঁৱৰণী প্ৰতিনিধি শিবিৰ, প্ৰতাপ চন্দ্ৰ পাৱৰ দ্বাৰা লিৰাম মেদক সোঁৱৰণী মুকলি সভাঘৰ আৰু মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডাঃ ঘনকান্ত লাগাছুৰ দ্বাৰা সোণাৰাম টায়ে  সোঁৱৰণী মঞ্চ উদ্বোধন কৰা হ’ব।

Apply Now

ইপিনে সন্ধিয়া মিচিং বানে কেবাঙৰ প্ৰতিনিধি সভা উদ্বোধন কৰিব কেবাঙৰ প্ৰাক্তন সচিব প্ৰভাত মিলিয়ে।  ২ ফেব্ৰুৱাৰীত মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই পতাকা উত্তোলন কৰাৰ পিছত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব।  সন্ধিয়া মাধৱ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মিচিং দৃৰবৃ  কেবাঙৰ উপদেষ্টা একলব্য গামে।  ৩ ফেব্ৰুৱাৰীত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।

সন্ধিয়া পৰম্পৰাগত সাজ–পাৰ প্ৰদৰ্শন আৰু ঐৰাম বৰি সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।   ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগা মুকলি সভাত অৰণ্য মানৱখ্যাত পদ্মশ্ৰী বটাঁ প্ৰাপক যাদৱ পায়েঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।  উল্লেখ্য যে অধিৱেশন উপলক্ষে একেলগে বিশ হাজাৰ মানুহ বহিব পৰা মূল মণ্ডপৰ লগতে এহেজাৰ প্ৰতিনিধি বহিব পৰা প্ৰতিনিধি শিবিৰ নিৰ্মাণ কৰা হৈছে।  আনহাতে, ১৪০ খন পৰম্পৰাগত খাদ্য মেলাৰ বিপণী,  হস্ত–তাঁত আৰু বস্ত্ৰ মেলাৰ ৫০খন বিপণী নিৰ্মাণ কৰাৰ লগতে একেলগে সাতশ মানুহে খাব পৰা ভোজনালয় নিৰ্মাণ কৰা হৈছে।  

মিচিং বানে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশনখন সফল কৰি তোলাৰ বাবে ৰাইজৰ সহায়–সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে।      

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm
পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

June 23, 2026 7:08 pm
শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd