• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস; টেষ্ট ক্ৰিকেটত এনে অভিলেখ গঢ়া প্ৰথমগৰাকী ভাৰতীয় বলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 10:07 am
Bumrah

ফটো : ইন্টাৰনেটৰ সৌজন্যত

7.4k
VIEWS
Share on FacebookShare on Twitter

ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে  চলিত টেষ্ট চিৰিজৰ প্ৰথমখন খেলত ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহে চমৎকাৰ বলিং প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

বুমৰাহে খেলখনৰ দ্বিতীয় ইনিংছত ৭ ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰে। বুমৰাহে চতুৰ্থবাৰৰ বাবে এইদৰে ৫টা উইকেট দখল কৰে।

ফাষ্ট বলাৰ বুমৰাহে অপেনিং স্পেলত ৱেষ্টইণ্ডিজৰ শীৰ্ষ ক্ৰম বিধ্বস্ত কৰি তোলাৰ সময়ত বিপৰীত দিশৰ পৰা ইশান্ত শৰ্মাই পূৰ্ণ সহযোগ আগবঢ়ায়।

বুমৰাহে ৫টা উইকেট দখল কৰোতে ৮ অ’ভাৰ বলিং কৰি মাত্ৰ ৭ ৰাণহে দিয়ে।

ৱেষ্টইণ্ডিজৰ উপৰিও বুমৰাহৰ দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও ৫টা উইকেট দখল কৰাৰ অভিলেখ আছে।

বুমৰাহে এতিয়ালৈকে ১১খন টেষ্ট খেলিছে আৰু ইয়াৰ প্ৰতিখন নিজৰ প্ৰথম খেলত ৫টা উইকেট দখল কৰিছে।

এইদৰে তেওঁ টেষ্টত চাৰিবাৰ ৫টা উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে।

EC2Ep24XsAMYWmC
ফটো : নৰ্থইষ্ট নাও

যশপ্ৰীত বুমৰাহে তেওঁৰ প্ৰথমটো অ’ভাৰতে ক্ৰেইগ ব্ৰেথৱেইটক উইকেটৰ পাছত কেচ কৰায়। ইয়াৰ পাছৰ অ’ভাৰটোতে তেওঁ আনগাৰাকী আগশাৰীৰ বেটছমেন জন কেম্পবেলৰ উইকেট দখল কৰে।

ইয়াৰপাছৰ অ’ভাৰটোত ইশান্ত শৰ্মাই প্ৰথমটো বলতেই সৰমৰ্থ ব্ৰুকছক এল বি ডব্লিউ আউট কৰে।

বুমৰাহৰ বলত কেপ্টেইন কোহলীয়ে ছিমৰ’ণ হেটমেয়ৰৰ ক্যাচ পেলালেও ইশান্তে এই ভুলক ভাৰতৰ বাবে সমস্যা হ’বলৈ নিদিলে।

ইশান্তৰ বলত হেটমেয়ৰে ড্ৰাইভ কৰিবলৈ গৈ আজিংকা ৰাহানেৰ হাতত কেচ দি বিদায় লয়।

ইয়াৰ পাছতে বুমৰাহে তেওঁৰ চতুৰ্থ অ’ভাৰত পুনৰ ডাৰেন ব্ৰেভ’ক কেচ আউট কৰায়।

চাহ বিৰতিৰ পাছতেই ছাই হ’পৰ অফ ষ্টাম্প ওফৰাই ৱেষ্টইণ্ডিজৰ আশাত চেঁচাপানী ঢালে।

ইয়াৰ পাছতে বুমৰাহে জেছন হ’ল্ডাৰৰো অফ ষ্টাম্প ওফৰাই দিয়ে। এইদৰে তেওঁ চাৰিবাৰকৈ এটা ইনিংছত ৫টা বা ততোধিক উইকেট দখল কৃতিত্ব অৰ্জন কৰে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd