• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচণ্ড গৰমৰ বাবে কামৰূপ(মেট্ৰো)জিলাত দুদিনৰ বাবে সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 6:47 pm
guwahati school

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে কামৰূপ (মেট্ৰো) জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় ২৭ আগষ্ট আৰু ২৮ আগষ্টত দুদিনৰ বাবে বন্ধ থাকিব।

কামৰূপ (মেট্ৰো) জিলাৰ উপায়ুক্তই সোমবাৰে এখন জাননী জাৰি কৰি জিলাখনৰ সকলো বিদ্যালয়ক উক্ত দুয়োটা দিনতে বিদ্যালয়সমূহ বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, ৰাজ্যত প্ৰচণ্ড গৰমৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা ভোগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

গৰমৰ বাবে যাতে কোনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰপ্ৰতি লক্ষ্যৰাখি মহানগৰ প্ৰশাসনে এনেধৰণৰ নিৰ্দেশ দিছে।

বৰিবাৰ আৰু সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ্ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ক্ৰমে ৩৭ ডিগ্ৰী, ২৭ ডিগ্ৰী আৰু ৩৬ ডিগ্ৰী, ২৬ ডিগ্ৰী।

ৰাজ্যৰ উৰ্ধগামী পাৰাস্তম্ভৰ বাবে আগষ্ট মাহৰ শেষৰ ভাগত এনেদৰে বিদ্যালয় বন্ধ দিবলগীয়া ঘটনাই জলবায়ু পৰিবৰ্তনৰ নিৰ্মোহ বাস্তৱ ছবিখন পুনৰবাৰ উদঙাই দিছে।

যিবোৰ বিদ্যালয়ৰ বন্ধ ঘোষণা কৰা দুয়োটা দিনত পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া আছে সেইবোৰ বিদ্যালয়ৰ পৰীক্ষা সূচী সম্পৰ্কত কোনোধৰণৰ নিৰ্দেশনা জাননিটোত দিয়া হোৱা নায়।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd