• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত নাই এজনো বিদেশী : মুছলিম ছাত্ৰ সন্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 29, 2019 12:45 pm
Muslim Student Union

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কোনোধৰণৰ বিদেশী নাই। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি আছে। এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথোঁ এটা দিন থাকোতে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই মন্তব্য মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বাণীৰ।

ৰাব্বাণীৰ মতে ‘সংখ্যালঘু লোকৰ বিভিন্ন নথি পত্ৰ থকাৰ পিছতো ভাৰতীয় নাগৰিকক বিদেশী খেদাৰ নামত হাৰাশাস্তি কৰা হৈছে’।

Apply Now

ইপিনে অসমত যদি বিদেশী আছে তেন্তে দেখুৱাই দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় সাধাৰণ সম্পাদক গৰাকীয়ে।

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থাকি সংগঠনটোৰ সভাপতি জালাল উদ্দীনে কয় “অসম চুক্তিৰ আধাৰত অসমত চলি থকা চূড়ান্ত এন আৰ চিত যদি অসমৰ এজন লোকৰ নামো বাদ পৰে তেনেহ’লে আমি সহ্য নকৰো। যদি অবৈধ বিদেশীৰ নাম সোমাই তেনেহলে কথা বেয়া হ’ব ।”

শুদ্ধ এন আৰ চি প্ৰকাশ নাপালে মুছলিম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।

“ধৰ্মীয় ভাষিক লোকে এন আৰ চিৰ বাবে যথেষ্ট দুৰ্ভোগ ভুগিছে। এটা দিন থাকোতেও শুনানিৰ বাবে মাতিছে। প্ৰতীক হাজেলাই নিজা ববীয়াকৈ কিছুমান নিয়ম কানুন উলিয়াইছে। আমাৰ সহ্যৰ সীমা বাহিৰ হৈছে।” জালাল উদ্দিনে এইদৰে কয়।

তাৎপৰ্যপূৰ্ণভাৱে কেৱল ভাষিক সংখ্যালঘুৰ কাৰণেহে চলি আছে বুলি গুৰুতৰ অভিযোগ কৰি তেওঁ কয় “যি সকলক হিয়েৰিঙৰ বাবে মতা হৈছে সেই সকলৰ তথ্য এদিনৰ ভিতৰত প্ৰতীক হাজেলাৰ হাতত নপৰে’।

ইপিনে বিধায়ক শিলাদিত্যই মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্যৰ গৰিহণা দি তেওঁ কয় “তেওঁ আচলতে প্ৰকৃত খিলঞ্জীয়া হয় নে নহয় সি ৰহস্য জনক। যদি কিবা নহ’ব লগীয়া হয় তেনেহলে তাৰ বাবে শিলাদিত্য দায়ী হ’ব। শিলাদিত্য বাংলাদেশী হয়। শিলাদিত্যই সাম্প্ৰদায়িক মন্তব্য কৰি অসম আৰু অসমীয়াৰ মাজত ভাতৃঘাটি সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে’।

‘শিলাদিত্য দেবক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক নহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব’। এনেদৰে সকীয়নী প্ৰদান কৰে জালাল উদ্দিনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd