• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট খ্ৰীষ্টিয়ান হাইস্কুলৰ শতবৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
August 30, 2019 3:44 pm
golaghat cristian high school

গোলাঘাট খ্ৰীষ্টিয়ান হাইস্কুল

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া তথা সমগ্ৰ উত্তৰ-পূবৰ অগ্রণী স্ত্ৰী ইংৰাজী শিক্ষাৰ কেন্দ্ৰবিন্দু গোলাঘাট খ্ৰীষ্টিয়ান হাইস্কুলে (এসময়ৰ গোলাঘাট গার্লচ মিশ্যন হাইস্কুল),চলিত বৰ্ষত এশ বছৰ পূৰ্ণ কৰে।

১৯১৯ চনত খ্ৰীষ্টান মিশ্যনেৰী সকলে স্থাপন কৰা ঐতিয্যমণ্ডিত শিক্ষানুষ্ঠানটিৰ শতবর্ষ উপলক্ষে বিদ্যালয় কৰ্তৃপক্ষই অহা ২৫ আৰু ২৬ অক্টোবৰত  বৰ্ণাঢ্য কাৰ্যসূচীৰে সমগ্ৰ অনুষ্ঠানটি আয়োজনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

Apply Now

উত্তৰ-পূবৰ বহুকেইগৰাকী মহীয়সী নাৰীয়ে শিক্ষাৰ আদিপাঠ গ্রহণ কৰা বিদ্যালয়খনৰ শতবৰ্ষ উদযাপনৰ কাৰ্য্যসূচী সফলভাৱে ৰূপায়নৰ বাবে ইতিমধ্যে আদৰণি সমিতিৰ লগতে বহুকেইখন উপ-সমিতিয়ে কাম-কাজসমূহ আগবঢ়াই নিছে বুলি জানিব পৰা গৈছে।

আজি বিদ্যালয়খনৰ অধ্যক্ষ  ত্ৰিনিটি উইলিয়ামে কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আৰু সামাজিক সংগঠনসমূহে আর্থিক দিশকে আদি কৰি বিভিন্ন দিশত আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

অধ্যক্ষগৰাকীয়ে জনোৱা মতে, শতবৰ্ষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইতিমধ্যে ২০১৬ চনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু ২০১৭ চনত জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।

তেওঁ লগতে শতবৰ্ষ কাৰ্যসূচীত শিক্ষানুষ্ঠানখনৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ লগতে গোলাঘাটবাসীক সক্ৰিয় সহায়-সহযোগিতা  আগবঢ়োৱাৰ আহ্বান জনায়।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd