• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কনিষ্টবল য়েইনৰ মৃত্যু: ১৫ দিনত তদন্ত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দণ্ডাধীশক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 30, 2019 6:36 pm
Paramananda_Yean Police constable death: Sivasagar ADM to conduct enquiry

পৰমানন্দ য়েইন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ কনিষ্টবল পৰমানন্দ য়েইনৰ মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ দিলীপ তেৰাঙক বিষয়টো তদন্ত কৰি ১৫ দিনৰ ভিতৰত “বিস্তাৰিত প্ৰতিবেদন” দাখিল কৰিবলৈ বৃহস্পতিবাৰে নিৰ্দেশ দিছে।

Apply Now

ঘটনাটোৱে সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ বিষয়ে উপায়ুক্তৰ নিৰ্দেশ (NO.SVMJ/34/ENQUIRY/2019/6)টোত উল্লেখ কৰা হৈছে।

নিৰ্দেশটোত কোৱা হৈছে যে ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমৰ বাতৰি উপায়ুক্তৰ দৃষ্টগোচৰ হৈছে।

মিছিং ছাত্ৰ সংস্থা টি এম পি কেৰ জিলা সমিতিয়ে দণ্ডাধীশৰ তদন্ত বিচাৰি দিয়া পত্ৰৰ উল্লেখেৰে উপায়ুক্তই দিয়া তদন্ত-নিৰ্দেশৰ প্ৰতিলিপি সংগঠনটোলৈয়ো প্ৰেৰণ কৰা হৈছে।

কনিষ্টবলজনৰ মৃত্যু হোৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক তদন্তত যাৱতীয় তথ্য যোগানৰ বাবে নিৰ্দেশ দিয়া হৈছে।

আৰক্ষী অধীক্ষক অমিতাভ সিনহাক তদন্তকাৰী দণ্ডাধীশৰ সৈতে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Paramananda_Police constable death: Sivasagar ADM to conduct enquiry
তদন্তৰ নিৰ্দেশৰ প্ৰতিলিপি। নৰ্থইষ্ট নাও।

ইফালে, গুৱাহাটীত শুকুৰবাৰে আয়োজিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ সংবাদমেলতো কনিষ্টবলজনৰ মৃত্যুৰ প্ৰসংগ সাংবাদিকে উত্থাপন কৰে।

সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই এইক্ষেত্ৰত দণ্ডাধীশৰ তদন্তলৈ আঙুলিয়ায়।

বৃহস্পতিবাৰে দাখিল কৰা এজাহাৰত মৃতক পত্নী ফুলেশ্বৰী য়েইনে কনিষ্টবলজনৰ মৃত্যুৰ “মূল কাৰণ”ৰূপে শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নাম লৈছিল।

৫০ বছৰীয়া অসুস্থ কনিষ্টবলজনক বিভাগীয় শাস্তিৰূপে এসপ্তাহ ধৰি পিঠিত গধূৰ বোজা বান্ধি প্ৰচণ্ড ৰ’দত দৌৰোৱাৰ ফলতে তেওঁৰ মৃত্যু হৈছে বুলি এজাহাৰত উল্লেখ কৰা হৈছিল।

লগতে পঢ়ক– কনিষ্টবল য়েইনৰ “মৃত্যুৰ মূল কাৰণ” এছ পি অমিতাভ সিনহা: এজাহাৰত মৃতক পত্নী

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd