• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানী প্ৰধান মন্ত্ৰীক সকীয়নি অসমীয়া মুছলিম কল্যাণ পৰিষদৰ

এন আৰ চিখন ১০০ শতাংশ পুনৰীক্ষণ কৰিব লাগে : অসমীয়া মুছলিম কল্যাণ পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 3, 2019 4:43 pm
Asomiya Muslim Kalyan Parishad

দিচপুৰ প্ৰেছ ক্লাবত অসমীয়া মুছলিম কল্যাণ পৰিষদৰ সংবাদমেল। ৩ ছেপ্টেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সদ্য প্ৰকাশিত এন আৰ চি সন্দৰ্ভত মাত মতা বাবে পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰান খানক আজি সকীয়াই দিছে অসমীয়া মুছলিম কল্যাণ পৰিষদে।

সংগঠনটোৱে আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল দিয়ে আৰু ভাৰতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ খানক আহ্বান জনায়।

Apply Now

“ইমৰান খান ভাৰতৰ অভিভাৱক নহয়। তেওঁ ভাৰতীয় মুছলমানৰ নেতা নহয়। ইমৰান খান ভাৰত আৰু ভাৰতীয় মুছলমানৰ শত্ৰু”, সংগঠনটোৰ উপদেষ্টা মুকেশ্বৰ ৰহমানে কয়।

চুবুৰীয়া দেশখনৰ প্ৰধান মন্ত্ৰীজনে এন আৰ চি প্ৰকাশ হোৱাৰ পিছতে ইয়াক মুছলমানৰ বিৰুদ্ধে পদক্ষেপ বুলি অপব্যাখ্যা কৰিছিল।

এই মন্তব্যৰ বাবে ২ ছেপ্টেম্বৰতো সদৌ অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ নামৰ এটা সংগঠনেও একেই সকীয়নি দিছিল পাকিস্তানৰ প্ৰধান মন্ত্ৰীজনক।

অসমীয়া মুছলিম কল্যাণ পৰিষদে ইমৰান খানে পাকিস্তানত সন্ত্ৰাসবাদক আশ্ৰয় দি থকাৰ অভিযোগ আনি ভাৰতত অস্থিৰতাৰ সৃষ্টি কৰিব বিচৰা বুলি দাবী কৰে।

“ইমৰান খানে নিজৰ দেশখনৰ কথা চিন্তা কৰক। তেওঁৰ দেশৰ অৰ্থনীতি শেষ হৈ গৈছে। তেওঁ দেশৰ জনসাধাৰণক আকৃষ্ট কৰিবৰ বাবে এইবোৰ নাটক কৰি আছে। এইবোৰ নাটক কৰি গৈ থাকিলে তেওঁৰ পৰিণতি অতি ভয়াৱহ হ’ব” সংবাদমেলত ৰহমানে এইদৰে কয়।

ইপিনে, মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি এক যুগান্তকাৰী সিদ্ধান্ত লোৱা বুলিও ৰহমানে মন্তব্য কৰে।

ৰহমানে এন আৰ চিখন অসমৰ খিলঞ্জীয়া লোকৰ বাবে সুখকৰ নহয় বুলি মন্তব্য কৰি “অপত্তিজনক আৰু সন্দেহজনক” আখ্যা দিয়ে।

“সদ্য প্ৰকাশিত এন আৰ চিখনৰ দ্বাৰা খিলঞ্জীয়া লোকৰ অধিকাৰ, স্বাভিমান আদি হৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা এন আৰ চিখন ১০০ শতাংশ পুনৰীক্ষণ কৰিব লাগে।” সংগঠনটোৰ দাবী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd