• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ কামে দিয়া পৰিণতি : প্ৰতীক হাজেলাৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 4, 2019 7:44 am
Prateek Hejela

প্ৰতীক হাজেলাৰ ফাইল ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিন পূৰ্বে অসমৰ জনগণক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উপহাৰ দিয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ পৰিছে লতাশিল থানাত।

প্ৰায় ছবছৰ কাল নিষ্ঠা আৰু দেহে-কেহে খটা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে এই ধৃষ্টতা দেখুৱাইছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে।

এন আৰ চিৰ তালিকাক লৈ বহু পক্ষ, দল-সংগঠন, ব্যক্তিয়ে নিজৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা সংগঠনটোৰ দাবী, “সকলো শুদ্ধ নথি-পত্ৰ থকাৰ পাছতো এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই গৰিয়া মৰিয়াকে ধৰি বহু খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম চূড়ান্ত তালিকাৰ পৰা উদ্দেশ্য প্ৰণোদিতভাৱে বাদ পেলাইছে”।

এই অভিযোগ সহ দিনৰ প্ৰায় দুই বজাত লতাশিল থানাত এজাহাৰ দাখিল কৰা সংগঠনটোৱে ৰাজ্যিক সমন্বয়ক হাজেলাক এন আৰ চিৰ মুখ্য সমন্বয়ক বুলি উল্লেখ কৰে।

FIR
লতাশিল থানাত দিয়া এজাহাৰৰ প্ৰতিলিপি।

হাজেলাই দেশবাসীৰ হকে কাম কৰা সেনা জোৱানৰ নাম পৰ্যন্ত বাদ দিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।

“ইয়াৰোপৰি একেখন লিগেচী ব্যৱহাৰ কৰাৰ পাছতো নিৰ্দিষ্ট একোটা পৰিয়ালৰ তিনিজন লোকৰ নাম আহিছে, কিন্তু দুজনৰ নাম অহা নাই”, প্ৰতীক হাজেলাৰ মইমতালিৰ বাবেই এইবোৰ হোৱা বুলি দাবী কৰি সংগঠনটোৱে কয়।

সংগঠনটোৱে এই সকলোবোৰ দিশ চালি-জাৰি চাই উচিত তদন্ত কৰি গাফিলতি কৰা বিষয়াক কঠোৰ শাস্তি দিবলৈ আৰক্ষীক দাবী জনায়।

আনহাতে এজাহাৰখনৰ ভিত্তিত এতিয়াও গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে, থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই নৰ্থ-ইষ্ট নাওক জনায়।

“আমি অভিযোগটো গ্ৰহণ কৰিছো কিন্তু এতিয়ালৈ ৰেজিষ্টাৰ কৰা নাই। উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত আলোচনা কৰিহে কেচটো ৰেজিষ্টাৰ কৰা হ’ব নে নহব পৰৱৰ্তী সময়ত জনোৱা হ’ব”, এজাহাৰ দিয়াৰ কথা স্বীকাৰ কৰি আৰক্ষী বিষয়াজনে কয়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd