• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক; একমাত্ৰ টেষ্টত আফগানিস্তানৰ হাতত ২২৪ ৰাণৰ বিশাল ব্যৱধানত বিধ্বস্ত বাংলাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 6:35 pm
Afganistan Cricket

আফগানিস্তান ক্ৰিকেট দল। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ চত্তগ্ৰাম ক্ৰিকেট ষ্টেডিয়ামত আফগানিস্তান আৰু বাংলাদেশৰ মাজত চলি থকা শৃংখলাৰ একমাত্ৰ টেষ্টত আফগানিস্তানে বাংলাদেশক ২২৪ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ইতিহাস গঢ়িবলৈ সক্ষম হৈছে।

আফগানিস্তানৰ অধিনায়ক তথা তাৰকা বলাৰ ৰছিদ খানৰ স্পীন বলিঙৰ সন্মুখত কোনোপধ্যেই মুৰ দাঙি উঠিবলৈ সক্ষম নহ’ল ছাকিবুল হাছান নেতৃত্বাধীন বাংলাদেশ ক্ৰিকেট দলটো।

Apply Now

খেলখনত আফগানিস্তানে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ৰাহমত শ্বাহৰ বিস্ফোৰক শতৰাণ আৰু আজঘাৰ আফগানৰ ৯২ ৰাণৰ সহায়ত ৩৪২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আনহাতে, বাংলাদেশে প্ৰথম ইনিংছত বেট ধৰিবলৈ আহি ৰছিদ খানৰ বলিঙৰ সন্মুখত তিষ্টিব নোৱাৰি মাত্ৰ ২০৫ ৰাণতে নিজৰ প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়।

আফগানিস্তানে দ্বিতীয় ইংনিছতো ২৬০ ৰাণ সংগ্ৰহ কৰি বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।

আফগানিস্তানে জয়ৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া বিশাল লক্ষ্য আগত ৰাখি দ্বিতীয় ইনিংছ আৰম্ভ কৰা বাংলাদেশে পুনৰ ৰছিদ খানৰ তীক্ষ্ন স্পীন বলিঙৰ আগত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় আৰু মাত্ৰ ১৭৩ ৰাণতে ইনিংছ সামৰি ২২৪ ৰাণৰ বিশাল ব্যৱধানত পৰাজয় স্বীকাৰ কৰে।

ৰছিদ খানে প্ৰথম ইনিংছত ৫ টা আৰু দ্বিতীয় ইনিংছত ৬ উইকেট দখলেৰে মুঠ ১১ উইকেট দখল কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm
বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd