DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহাসিক; একমাত্ৰ টেষ্টত আফগানিস্তানৰ হাতত ২২৪ ৰাণৰ বিশাল ব্যৱধানত বিধ্বস্ত বাংলাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 6:35 pm
Afganistan Cricket

আফগানিস্তান ক্ৰিকেট দল। উৎস-ইণ্টাৰনেট

854
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ চত্তগ্ৰাম ক্ৰিকেট ষ্টেডিয়ামত আফগানিস্তান আৰু বাংলাদেশৰ মাজত চলি থকা শৃংখলাৰ একমাত্ৰ টেষ্টত আফগানিস্তানে বাংলাদেশক ২২৪ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ইতিহাস গঢ়িবলৈ সক্ষম হৈছে।

আফগানিস্তানৰ অধিনায়ক তথা তাৰকা বলাৰ ৰছিদ খানৰ স্পীন বলিঙৰ সন্মুখত কোনোপধ্যেই মুৰ দাঙি উঠিবলৈ সক্ষম নহ’ল ছাকিবুল হাছান নেতৃত্বাধীন বাংলাদেশ ক্ৰিকেট দলটো।

খেলখনত আফগানিস্তানে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ৰাহমত শ্বাহৰ বিস্ফোৰক শতৰাণ আৰু আজঘাৰ আফগানৰ ৯২ ৰাণৰ সহায়ত ৩৪২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

আনহাতে, বাংলাদেশে প্ৰথম ইনিংছত বেট ধৰিবলৈ আহি ৰছিদ খানৰ বলিঙৰ সন্মুখত তিষ্টিব নোৱাৰি মাত্ৰ ২০৫ ৰাণতে নিজৰ প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়।

আফগানিস্তানে দ্বিতীয় ইংনিছতো ২৬০ ৰাণ সংগ্ৰহ কৰি বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।

আফগানিস্তানে জয়ৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া বিশাল লক্ষ্য আগত ৰাখি দ্বিতীয় ইনিংছ আৰম্ভ কৰা বাংলাদেশে পুনৰ ৰছিদ খানৰ তীক্ষ্ন স্পীন বলিঙৰ আগত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় আৰু মাত্ৰ ১৭৩ ৰাণতে ইনিংছ সামৰি ২২৪ ৰাণৰ বিশাল ব্যৱধানত পৰাজয় স্বীকাৰ কৰে।

ৰছিদ খানে প্ৰথম ইনিংছত ৫ টা আৰু দ্বিতীয় ইনিংছত ৬ উইকেট দখলেৰে মুঠ ১১ উইকেট দখল কৰে।

Recent News

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd