• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাজু হওক, আগত লানি নিছিগা বেংক ধৰ্মঘট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 7:55 pm
Be ready, All India Bank strike ahead

প্ৰতীকী ছবি।

1.3k
VIEWS
Share on FacebookShare on Twitter

অত্যাৱশ্যকীয় বেংক সেৱাৰ ক্ষেত্ৰত বিপদত নপৰাৰ বাবে আগতীয়াকৈ সাজু হওক।

চাৰিটাকৈ বেংক বিষয়া ইউনিয়নে কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্তৰ প্ৰতিবাদত অহা ২৬ আৰু ২৭ ছেপ্তেম্বৰত সৰ্বভাৰতীয় বেংক ধৰ্মঘট আহ্বান কৰিছে, বাতৰিত প্ৰকাশ।

২৮ আৰু ২৯ ছেপ্তেম্বৰ শনি আৰু দেওবাৰ। গতিকে, একে লেথাৰিয়ে চাৰিদিনকৈ বেংক সেৱা বন্ধ থাকিলে সৃষ্টি হ’ব পৰা অসুবিধাৰ বাবে সাজু থাকক।

কেন্দ্ৰই ১০টা ৰাজহুৱা খণ্ডৰ বেংক একত্ৰীকৰণেৰে ৪টা কৰাৰ বিৰোধিতা কৰিছে বেংক বিষয়া ইউনিয়নকেইটাই।

ইউনিয়নকেইটাই আনকি নৱেম্বৰৰ দ্বিতীয় সপ্তাহত অনিৰ্দিষ্টকালীন ধৰ্মঘটৰো সকীয়নি দিছে।

গ্ৰাহক সেৱা মাচুল হ্ৰাস, মজুৰি পুনৰ মূল্যায়নকে ধৰি তেওঁলোকে নটা দাবী উত্থাপন কৰিছে।

“চৰকাৰে লোৱা ৰাজহুৱা খণ্ডৰ বেংক একত্ৰীকৰণৰ সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰিছো। দুখন বেলেন্স শ্বীট লগ লগাই দিয়াৰ ফলস্বৰূপে পোৱা বেলেন্স শ্বীটখন শক্তিশালী হৈ নাযায়,” ইউনিয়নকেইটাৰ ধৰ্মঘটৰ জাননীৰ উদ্ধৃতি।

ইউনিয়নকেইটা হৈছে– All India Bank Officers’ Confederation, All India Bank officers’ Association, Indian National Bank Officers’ Congress and National Organization of Bank Officers।

তাৎপৰ্য্যপূৰ্ণভাৱে বিষয়া ইউনিয়নকেইটাই পূৰ্বৰ দৰে ইউনাইটেদ ফ’ৰাম অৱ বেংকছ ইউনিয়নছৰ মঞ্চৰ পৰা এই ধৰ্মঘট আহ্বান কৰা নাই।

বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে ভাৰতৰ বেংক কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ সংগঠন অল ইণ্ডিয়া বেংক এমল্পয়িজ এচচিয়েচনো শীঘ্ৰেই আলোচনাত মিলিত হোৱাৰ কথা।

Recent News

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd