• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া বক্স অফিছৰ সৰ্বকালৰ অভিলেখ ভংগ! ১০ দিনত ৩.৯ কোটি টকা উপাৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2019 7:39 pm
kanchanjangha

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া ছবিৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ছবি ৰূপে অভিলেখ গঢ়িলে জুবিন গাৰ্গৰ বহুচৰ্চিত ছবি কাঞ্চনজংঘাই। যোৱা ১০টা দিনত ছবিখনে উপাৰ্জন কৰিলে ৩.৯ কোটি টকা।

ছবিখনৰ এই সাফল্যই জুবিনৰ অন্যতম জনপ্ৰিয় ছবি মিছন চাইনাৰ ৰেকৰ্ড ভংগ কৰিলে।

২০১৭চনত মুক্তি লাভ কৰা মিছন চাইনাই প্ৰথমটো সপ্তাহত মুঠ ২.৪৪ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে কাঞ্চনজংঘাই প্ৰথম সপ্তাহত উপাৰ্জন কৰে ২.৯০ কোটি টকা।

১০ অতিক্ৰম কৰাৰ পিছতো ছবিখন চাবলৈ এতিয়াও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিগৃহ সমূহত দৰ্শকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।

কালি অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰলৈকে ছবিখনে উপাৰ্জন কৰা ধনৰ পৰিমাণ হ’ল ক্ৰমে –

৬ ছেপ্তেম্বৰ– ৪০.২ লাখ টকা, ৭ ছেপ্তেম্বৰ– ৩৮.৫ লাখ টকা, ৮ ছেপ্তেম্বৰ– ৫৯.১ লাখ টকা, ৯ ছেপ্তেম্বৰ–৩৯.৮ লাখ টকা, ১০ ছেপ্তেম্বৰ– ৪৪.৫ লাখ টকা, ১১ ছেপ্তেম্বৰ– ৩৫.৫ লাখ টকা, ১২ ছেপ্তেম্বৰ– ৩১.৪ লাখ টকা, ১৩ ছেপ্তেম্বৰ– ২২.৫ লাখ টকা, ১৪ ছেপ্তেম্বৰ– ৩৪.৮ লাখ টকা, ১৫ ছেপ্তেম্বৰ– ৪৭ লাখ টকা।

অসমৰ দৰ্শকৰ পৰা পোৱা এই বিপুল সঁহাৰিত উৎফুল্লিত হৈ পৰিছে জুবিনৰ লগতে ছবিখনৰ সমূহ কলা-কুশলি। ছবিখন আদৰি লোৱাৰ বাবে সকলোকে জুবিনে ধন্যবাদ জনায়।

Recent News

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd