• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনৱ ৰেকৰ্ড : ৫২৫৩টা বল কৰাৰ অন্তত টেষ্ট কেৰিয়াৰত প্ৰথমটো ন’ বল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 11:33 am
16_09_2019-chris_woakes_no_ball_19582183 (1)
7.7k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটক সদাই অনিশ্চয়তাৰ খেল হিচাপে জনা যায় যদিও কেতিয়াবা কিছুমান মেচত ঘটা ঘটনা তথা পৰিসংখ্যাই ক্ৰিকেটপ্ৰেমীক আশ্চৰ্যকৰ কৰি তোলাও পৰিলক্ষিত হয়।

তেনে এক ঘটনা সংঘটিত হৈছে সদ্য সমাপ্ত এছেজ শৃংখলাৰ অন্তিমখন মেচত। মেচখনৰ শেষৰ ইনিংছটোত ইংলেণ্ডৰ পেচ বলাৰ ক্ৰিচ ৱ’কছে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ন’ বল দিয়ে। এই ন’ বলটোৰ বাবেই বৰ্তমান তেওঁ চৰ্চাত।

ইংলেণ্ডৰ এই গৰাকী বলিং অলৰাউণ্ডাৰে নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ ৮৬৭ অ’ভাৰ অৰ্থাৎ ৫২০০টা বল কৰাৰ অন্তত প্ৰথমটো ন’ বল কৰি বিৰল ৰেকৰ্ডৰ অধিকাৰী হয়।

উল্লেখ্য যে এছেজৰ অন্তিম মেচখনৰ শেষৰটো ইনিংছ অৰ্থাৎ অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ ৩১ অ’ভাৰৰ ঘটনা। ক্ৰিজত আছে মিছেল মাৰ্ছ। ৱ’কছৰ অ’ভাৰটোৰ এটা বলত মাৰ্ছ শ্লিপত আউট।

উইকেট পতন হোৱাত ৱ’কছৰ লগতে ইংলেণ্ডৰ আন আন খেলুৱৈ সকল আনন্দত ব্যস্ত। মাৰ্ছো পেভেলিয়নৰ দিশে অগ্ৰসৰ। কিন্তু সেই সময়তে ফিল্ড আম্পায়াৰে ক্ষন্তেক ৰ’বলৈ দিলে মাৰ্ছক।

আম্পায়াৰৰ সন্দেহ হৈছিল যে ক্ৰিছ ৱ’কছে বলটো পপিং ক্ৰিজৰ বাহিৰৰ পৰা কৰিছিল। সেয়ে থাৰ্ড আম্পায়াৰৰ সহায় ল’লে ফিল্ড আম্পায়াৰে। ৰিপ্লেত স্পষ্ট। মাৰ্ছ আউট হোৱা বলটো আছিল ন’ বল।

উইকেট নোপোৱাতকৈও এই ন’ বলটোৱে বেছি হতাশ কৰিলে ইংলেণ্ডৰ ৩০ বছৰীয়া অল ৰাউণ্ডাৰ জনক। কিয়নো তেওঁৰ টেষ্ট কেৰিয়াৰৰ এইটোৱেই আছিল প্ৰথমটো ন’ বল।

430116-chris-woakes-file
ইংলেণ্ডৰ বলিং অল ৰাউণ্ডাৰ ক্ৰিছ ৱ’কছ

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খুব কম সংখ্যক বলাৰেহে নিজৰ কেৰিয়াৰত ন’ বল নকৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ভাৰতৰ কপিল দেব আৰু পাকিস্তানৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খান।

ইয়াৰ উপৰি ডেনিছ লিলী, ইয়ান ব’থম আৰু লঞ্চ গিবছে কেতিয়াও টেষ্ট মেচত ন’ বল দিয়া নাছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd