• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্য এক অভিলেখৰ বাবে সাজু সন্তৰণবিদ এলভিছ আলী হাজৰিকা

এইবাৰ লক্ষ্য আয়াৰলেণ্ডৰ ৪২কিঃ মিঃ দীঘল 'ইৰিছ নৰ্থ চেনেল'

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 21, 2019 8:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি অভিলেখ গঢ়া অসম সন্তান এলভিছ আলী হাজৰিকাই আগবাঢ়িছে অন্য এক অভিলেখৰ বাবে।

২০২০চনৰ জুলাই মাহৰ তৃতীয় সপ্তাহত আয়াৰলেণ্ডৰ ৪২কিঃমিঃ দীঘল ‘ইৰিছ নৰ্থ চেনেল’ পাৰ কৰাৰ পৰিকল্পনা সন্তৰণবিদ গৰাকীৰ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলত এই কথা উল্লেখ কৰে সন্তৰণবিদ এলভিছ আলী হাজৰিকাই।

Apply Now

অসমৰ এশিঙীয়া গঁড় ৰক্ষা কৰাৰ বাণীৰে আৰম্ভ কৰিব লগা তেওঁৰ এই যাত্ৰাত সহযোগ কৰিব পূৰ্বে একেলগে কেটেলিনা চেনেল পাৰ কৰা পশ্চিম বংগৰ সন্তৰণবিদ ৰিম’ চাহাই।

“ইৰিছ নৰ্থ চেনেল”ৰ কথা বাখ্যা কৰি তেওঁ কয়, ‘কেটেলিনা চেনেলতকৈ এই যাত্ৰা হ’ব কঠিন। প্ৰতি মুহূৰ্ততে পোৱা যাব সাগৰীয় ছাৰ্ক আৰু বিষাক্ত সাগৰীয় প্ৰাণী।‘

‘উষ্ণতা ১০ ডিগ্ৰী চেলচিয়াছতকৈ কম হোৱা এই চেনেলটোত সাঁতুৰিবৰ বাবে ৭ ৰ পৰা ১০ কেজি ওজন বঢ়াব লাগিব। ঠাণ্ডা অত্যধিক হোৱাৰ বাবেই এয়া কৰিব লাগিব।’ বুলি সন্তৰণবিগ গৰাকীয়ে সংবাদমাধ্যমত উল্লেখ কৰে।

আনহাতে আজিৰ সংবাদমেলতে এলভিছে দুখ প্ৰকাশ কৰি কয় যে, ‘অসম চৰকাৰে বৰ্তমান পৰ্যন্ত কেটেলিনা চেনেল সাঁতুৰি অভিলেখ গঢ়াৰ পাছত সম্বৰ্ধনাটো বাদেই বৰ্তমানলৈকে এটা শুভেচ্ছা বাৰ্তাও নজনালে।’

কেটেলিনা চেনেল সাঁতুৰি অভিলেখ গঢ়ি অসমলৈ অহাৰ সময়ত ৰে’ল ষ্টেশ্যনৰ পৰা তেওঁৰ পৰিয়ালৰ বাদে কোনো লোক নহাক লৈয়ো এলভিছ আলী হাজৰিকাই দুখ প্ৰকাশ কৰে।

বিপৰীতে ‘তেওঁৰ সহযোগী পশ্চিম বংগৰ সন্তৰণবিদ ৰিম’ চাহাক আদৰিবলৈ ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী ৰেল ষ্টেশ্যনত আহি উপস্হিত হৈছিল। কিন্তু হাজৰিকাক আদৰিবলৈ কোনো মন্ত্ৰী, বিধায়ক বাদেই সংবাদমাধ্যমৰো কোনো লোক উপস্হিত নহ’ল।’ বুলি তেওঁ উল্লেখ কৰে।

ইতিমধ্যে তাত যোৱাৰ বাবে হাজৰিকাই ছেপ্তেম্বৰৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে। লগতে তেওঁলোকৰ স্পনচৰস্বিপৰ বাবে চৰকাৰক সংবাদমেলৰ পৰাই অনুৰোধ জনায়। হাজৰিকাই জানিবলৈ দিয়া অনুসৰি সমগ্ৰ অভিযানটোৰ বাবে তেওঁলোকক প্ৰায় ১০ ৰ পৰা ১২ লাখ টকা প্ৰয়োজন হ’ব।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd