• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্রুগড়ৰ লাটু দিহিঙিয়াৰ হত্যাকাণ্ড; ৬জনক গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
September 22, 2019 8:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্রুগড়ৰ লাটু দিহিঙিয়াৰ (২৫) হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে আজি ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজনৰ নাম দীপেন দিহিঙিয়া (৩৩), ৰঞ্জিত বৰা (৩৪), ছজিবুৰ ৰহমান (৩১), কেশৱ সোণোৱাল (২০), কেশৱ হাজৰিকা (২৬) আৰু ৰঞ্জু হাজৰিকা (৩৪)।

Apply Now

‘আমি ছজনক গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকক তিনিদিনৰ বাবে জিম্মাত লৈছো। আমি ঘটনাটোৰ তদন্ত চলাই আছো আৰু ইয়াক হত্যাকাণ্ড বুলি সন্দেহ কৰিছো, এই ৬গৰাকী যুৱক লাটু হত্যাত জড়িত আছে।‘ গোচৰটোৰ তদন্ত চলাই থকা মনোৰঞ্জন শইকীয়াই কয়।

লগতে পঢ়ক মুকলিৰ পিছদিনাই শ্বপিং মলত যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

উল্লেখযোগ্য যে শনিবাৰে ডিব্ৰুগড়ৰ ৰংঘৰ প্লাজা নামৰ এটা শ্বপিং মলত লাটু দিহিঙিয়া নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃত যুৱকজন মলটোত থকা পেন্তালুনছৰ বিপনীত কাম কৰিছিল।

ঘটনাটোৰ সম্পৰ্কে সোধা-পোছা চলোৱাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে মলটোৰ ১১ গৰাকী কৰ্মচাৰী আৰু ৩ গৰাকী নিৰাপত্তাৰক্ষীক আটক কৰিছিল। ইয়াৰে ৬ জনক আজি আৰক্ষীয়ে ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়া শইকীয়াই কয়, ‘CCTV ফুটেজৰ পৰা জানিব পাৰো যে বৃহস্পতিবাৰে আনকেইজন কৰ্মচাৰী উপস্থিত নাছিল কেৱল এই ৬জনহে আছিল। ঘটনাটো নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল বুলি আমি সন্দেহ কৰিছো’।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd