DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্রুগড়ৰ লাটু দিহিঙিয়াৰ হত্যাকাণ্ড; ৬জনক গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
September 22, 2019 8:20 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

ডিব্রুগড়ৰ লাটু দিহিঙিয়াৰ (২৫) হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে আজি ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজনৰ নাম দীপেন দিহিঙিয়া (৩৩), ৰঞ্জিত বৰা (৩৪), ছজিবুৰ ৰহমান (৩১), কেশৱ সোণোৱাল (২০), কেশৱ হাজৰিকা (২৬) আৰু ৰঞ্জু হাজৰিকা (৩৪)।

‘আমি ছজনক গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকক তিনিদিনৰ বাবে জিম্মাত লৈছো। আমি ঘটনাটোৰ তদন্ত চলাই আছো আৰু ইয়াক হত্যাকাণ্ড বুলি সন্দেহ কৰিছো, এই ৬গৰাকী যুৱক লাটু হত্যাত জড়িত আছে।‘ গোচৰটোৰ তদন্ত চলাই থকা মনোৰঞ্জন শইকীয়াই কয়।

লগতে পঢ়ক মুকলিৰ পিছদিনাই শ্বপিং মলত যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

উল্লেখযোগ্য যে শনিবাৰে ডিব্ৰুগড়ৰ ৰংঘৰ প্লাজা নামৰ এটা শ্বপিং মলত লাটু দিহিঙিয়া নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৃত যুৱকজন মলটোত থকা পেন্তালুনছৰ বিপনীত কাম কৰিছিল।

ঘটনাটোৰ সম্পৰ্কে সোধা-পোছা চলোৱাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে মলটোৰ ১১ গৰাকী কৰ্মচাৰী আৰু ৩ গৰাকী নিৰাপত্তাৰক্ষীক আটক কৰিছিল। ইয়াৰে ৬ জনক আজি আৰক্ষীয়ে ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়া শইকীয়াই কয়, ‘CCTV ফুটেজৰ পৰা জানিব পাৰো যে বৃহস্পতিবাৰে আনকেইজন কৰ্মচাৰী উপস্থিত নাছিল কেৱল এই ৬জনহে আছিল। ঘটনাটো নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল বুলি আমি সন্দেহ কৰিছো’।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd