• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ’ গ্ৰীণ, ষ্টে ফিট : মেঘালয়ত যুৱ প্ৰশাসনিক বিষয়াই দেখুৱাইছে স্বাস্থ্যকৰ জীৱনৰ বাট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2019 5:32 pm
meghalaya-dc

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত

3.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত ৰাম সিঙৰ নতুন অৱতাৰে সকলোকে আকৰ্ষিত কৰিছে।

যুৱ প্ৰশাসনিক বিষয়াগৰাকীয়ে ৰাজ্যখনৰ পৰম্পৰাগত বাহৰ শাক-পাচলি কঢ়িওৱাৰ বাবে ব্যৱহৃত এবিধ সজুলি পিঠিত বান্ধি বজাৰলৈ আহি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

স্থানীয় নাগৰিকসকলক সাধাৰণ আৰু স্বাস্থ্যৱান জীৱন শৈলীৰ প্ৰতি আকৰ্ষিত কৰাৰ অৰ্থে সিঙে প্ৰতি সপ্তাহতে মেঘালয়ৰ শাক-পাচলিৰ বজাৰখনলৈ প্ৰায় ১০ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়ি যায়।

তাৰোপৰি, ইয়াৰ জৰিয়তে তেওঁ পৰিবেশক স্বাস্থ্যকৰ আৰু প্ৰদূষণ মুক্ত কৰি কৰি ৰখাৰ ক্ষেত্ৰতো এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।

বজাৰখনলৈ শাক-পাচলি কঢ়িয়াই অনাৰ দৃশ্য ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সিঙে লিখিছে-‘‘সপ্তাহৰ ২১ কেজি জৈৱিক শাক-পাচলি বজাৰ কৰিলো। প্লাষ্টিক নাই, যান-বাহনৰ প্ৰদূষণ নাই, যান-যত নাই। ফিট ইণ্ডিয়া, ফিট মেঘালয়, পোষাণ, ১০ কিলোমিটাৰৰ খোজকাঢ়ি যাত্ৰা।’’

হিমাচলত জন্মলাভ কৰা সিঙে পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত হিচাপে ২০১৭ চনৰ ১ ডিচেম্বৰৰ পৰা কাৰ্য্যনিৰ্বাহ কৰি আহিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd