• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ : অহা ৫ জানুৱাৰিত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2019 8:01 pm
c16ffc2507eec77bbdd9575c776cdb795ac8e9df-tc-img-preview

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.7k
VIEWS
Share on FacebookShare on Twitter

দুখনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ সফল আয়োজনৰ পাছত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এইবাৰ তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজনৰ সুবিধা লাভ কৰিছে অসম ক্ৰিকেট সন্থাই।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে ঘোষণা কৰা অনুসৰি অহা বছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰি মাহত তিনিখনীয়া টি-২০ ছিৰিজৰ বাবে ভাৰতলৈ আহিব শ্ৰীলংকা।

সেই ভ্ৰমণৰ সূচী অনুসৰি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ছিৰিজৰ প্ৰথমখন মেচ। মেচখন অনুষ্ঠিত হ’ব ৫ জানুৱাৰিত। তিনিখনীয়া টি-টুৱেণ্টি ছিৰিজৰ বাকী কেইখন খেল ক্ৰমে ৭ জানুৱাৰিত ইণ্ডোৰ আৰু ১০ জানুৱাৰিত পুনেত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শ্ৰীলংকাৰ বিপৰীতে টি-২০ শৃংখলাটোত অংশ ল’বলৈ ভাৰতলৈ অহাৰ কথা আছিল জিম্বাব’ৱে। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা চমুকৈ আই চি চিয়ে যোৱা ১৮ জুলাইত জিম্বাব’ৱে দলটোক নিষিদ্ধ কৰাৰ বাবে বি চি চি আইয়ে শ্ৰীলংকা দলক আমণ্ট্ৰণ কৰে।

উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।

ইয়াৰ পাছত যোৱা বৰ্ষৰ ২১ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয় আন এখন আন্তঃৰাষ্ট্ৰীয় মেচ। মেচখন অনুষ্ঠিত হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd