• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউদ কঁপাব ধোনীয়ে! ‘ডগ হাউছ’ত সঞ্জয় দত্তৰ সৈতে দেখা যাব ক্ৰিকেটৰ বাহুৱলীক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2019 5:17 pm
Dhoni_Sanjay 7

ধোনী আৰু সঞ্জয় দত্তই অভিনয় কৰিব 'ডগ হাউছ'ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদত খোজ দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিস্ফোৰক বেটছমেন মহেন্দ্ৰ সিং ধোনীৰ।

মহেন্দ্ৰ সিং ধোনীৰ এই নতুন ভূমিকাক লৈ ইন্টাৰনেট জগতত সৰৱ চৰ্চা চলিছে।

Apply Now

ক্ৰিকেট বিশ্বৰ পৰা যিকোনো সময়তে অৱসৰ গ্ৰহণৰ ঘোষণা কৰিব পাৰে ধোনীয়ে। ইতিমধ্যে ধোনীক কেতিয়াবা ফুটবলাৰ, কেতিয়াবা টেনিছ খেলুৱৈ বা সেনা জোৱানৰ ভূমিকাত দেখা গৈছে।

পিচে, এইবাৰ এই সকলো অতিক্ৰমি বলীউদত ভুমুকি মৰাৰ বাবে সাজু হৈছে অভিলেখ সৃষ্টিকাৰী উইকেটকীপাৰ-বেটছমেনগৰাকী।

ধোনীৰ জীৱনক লৈ পূৰ্বে চলচ্চিত্ৰ নিৰ্মাণো হৈছে। কিন্তু এইবাৰ চলচ্চিত্ৰত ধোনীয়ে অভিনয় কৰাৰ বাবে সাজু হোৱাৰ খবৰ ওলাইছে।

দেশক বিশ্বকাপ বিজয়ৰ সোৱাদ দিয়া প্ৰাক্তন অধিনায়কগৰাকী শেহতীয়া এক সমীক্ষাত ভাৰতৰ জনপ্ৰিয় ব্যক্তিৰ তালিকাত শীৰ্ষৰ দ্বিতীয় স্থানত আছে।

ক্ৰিকেট জগতৰ নায়কগৰাকী এইবাৰ অভিনেতা হিচাপে অৱতীৰ্ণ হোৱাৰ বাবে আগবাঢ়িছে। বলীউদৰ এখন চৰ্চিত চলচিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে।

ধোনীয়ে অভিনয় কৰিবলগীয়া চলচ্চিত্ৰখনৰ নাম হৈছে ‘ডগ হাউছ’। চলচ্চিত্ৰখনৰ মূল ভূমিকাত থাকিব সঞ্জয় দত্ত। ছবিখনত সুনীল ছেট্টী আৰু ইমৰাণ হাছমী তথা মাধৱনেও অভিনয় কৰাৰ সম্ভাৱনা আছে।

আনহাতে, ছবিখনত আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ‘পদ্মাৱত’ আৰু ‘সঞ্জু’ খ্যাত জিম চাৰ্ভেক। ছবিৰ পৰিচালনা সমীৰ কৰ্ণিক। অহা বছৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব।

বৰ্তমান ধোনীয়ে ক্ৰিকেটৰ পৰা ছুটী লৈ ৰাঁচীত পৰিয়ালৰ সৈতে সময় কটাইছে। তদুপৰি, টেনিছ খেলি ফিটনেছ অটুট ৰখাৰ চেষ্টা কৰিছে মাহীয়ে।

ইয়াৰ পূৰ্বে ধোনীয়ে বহু বিজ্ঞাপনত অংশ লৈছে যদিও এইবাৰ প্ৰথম চলচ্চিত্ৰত অভিনয় কৰিবলৈ আগবাঢ়িছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd