• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্মল হালৈ মহাবিদ্যালয়ত অধ্যক্ষৰ পদত্যাগ আৰু অপসাৰণৰ দাবীত অনশন কাৰ্যসূচী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 2, 2018 7:57 pm
অনশন কাৰ্যসূচী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলে আজি দুপৰীয়া ১২ বজাৰ পৰা কলেজ গেটৰ সন্মুখত অধ্যক্ষগৰাকীৰ তাৎক্ষণিক পদত্যাগ আৰু অপসাৰণৰ দাবীত ৭২ ঘণ্টীয়া অনশন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
আজি নিৰ্মল হালৈ মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকজনক মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে চৰ শোধোৱা বুলি উত্থাপন হোৱা এক অভিযোগৰ ফলত মহাবিদ্যালয়খনত এক অপ্ৰত্যাশিত পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী কোঠা বৰ্জন কৰি অধ্যক্ষ গৰাকীৰ পদত্যাগ আৰু অপসাৰণৰ দাবীত অনশন ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে।
ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানসজ্যোতি দাসে উত্থাপিত কৰা অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ভূপেশ শৰ্মাক সম্পাদক গৰাকীয়ে কিয় মহাবিদ্যালয়খনৰ নিয়ম উলংঘন কৰা বুলি এক প্ৰশ্ন সোধাত অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখতে সম্পাদক গৰাকীক চৰ শোধায়।
উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে ৩১ জানুৱাৰিত এক জাননী যোগে যান-বাহন সমূহে শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মোৱা বুলি কাৰণ দৰ্শাই মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ বাবে পুৱা ১০ বজাৰ পৰা দিনৰ ৩ বজালৈকে মহাবিদ্যালয়খনত যান-বাহন প্ৰৱেশৰ গেইট বন্ধ ৰখা হ’ব বুলি কয়। অধ্যক্ষ গৰাকীয়ে জাননীখনৰ জৰিয়তে সকলোকে এই নিয়ম মানি চলিবলৈ অনুৰোধ জনাইছিল।
বৃহস্পতিবাৰে অধ্যক্ষ গৰাকী পুৱা ১০.৩০ বজাত কলেজত উপস্থিত হৈ গেইট চকীদাৰক মহাবিদ্যালয়খনৰ গেইট কিয় খুলি ৰাখিছে বুলি প্ৰশ্ন সোধা অৱস্থাতে সাধাৰণ সম্পাদক গৰাকীয়ে অধ্যক্ষ গৰাকীক কিয় নিজৰ নিয়ম ভংগ কৰিছে বুলি প্ৰশ্ন কৰে। যাৰ ফলত অধ্যক্ষ গৰাকীয়ে সাধাৰণ সম্পাদক গৰাকীক চৰ শোধায়।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গান দিয়ে। আনহাতে মহাবিদ্যালয়খনৰ পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত পাটাচাৰকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰেন কলিতাৰ নেতৃত্বত আৰক্ষী বাহিনীৰ এটা দল আৰু চি আৰ পি এফৰ জোৱান উপস্থিত হয়।
বৃহস্পতিবাৰে সন্ধিয়া মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ এখন জৰুৰী বৈঠক আয়োজন কৰি অধ্যক্ষগৰাকীক পদত্যাগ আৰু অপসাৰণ নকৰা পৰ্যন্ত শ্ৰেণী কোঠা বৰ্জন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে মানসজ্যোতি দাসে পাটাচাৰকুচি আৰক্ষী থানাত অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ বিপৰীতে অধ্যক্ষ গৰাকীয়েও মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
Apply Now
শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd