• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টে’ট পৰীক্ষাক আলম কৰি D.El.Ed পাঠ্যক্ৰমৰ বেক ডেটেড এডমিশ্যনৰ বেহা; লখিমপুৰত বিষয়াক নিলম্বন

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
September 30, 2019 9:04 pm
DIET_Azad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টে’ট পৰীক্ষাত বহিবৰ বাবে প্ৰয়োজনীয় ডি এল এড পাঠ্যক্ৰমত এডমিশ্যন দিয়া/লোৱাৰ বেআইনী কাৰ্য্যকলাপৰ কেইবাটাও ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

লখিমপুৰ আৰু ধেমাজি জিলাত কেইবাটাও শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানে ধনৰ বিনিময়ত এই পাঠ্যক্ৰমত নামভৰ্তিৰ বেক ডেটেড ৰিচিপ্ট প্ৰদান কৰা বুলি অভিযোগ উঠিছে।

Apply Now

অভিযোগ মতে, অনিয়মৰ আশ্ৰয় লোৱা এই প্ৰতিষ্ঠানবোৰে অ’ ডি এল (Open and Distance Learning) পদ্ধতিৰ ডি এল এড পাঠ্যক্ৰমত নামভৰ্তিৰ বেক ডেটেড ৰিচিপ্ট দিছে।

২০১৭ চনৰ মেই মাহৰ পৰাই অ’ ডি এল পদ্ধতিত ডি এল এড পাঠ্যক্ৰমত নামভৰ্তি বন্ধ হৈছে আৰু তেতিয়ালৈকে যিসকলে এই দুবছৰীয়া পাঠ্যক্ৰমটোত নামভৰ্তি কৰিছিল, তেওঁলোকৰ পাঠ্যক্ৰম শেষ হোৱাৰ লগে লগে এই বছৰৰ ৩১ মাৰ্চৰ পৰা এই পদ্ধতিৰ পাঠ্যক্ৰমটো বন্ধ হৈ পৰিছে।

কিন্তু ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয়টো সাধাৰণ টে’ট পৰীক্ষা সন্দৰ্ভত চৰকাৰৰ স্পষ্ট নীতিহীনতাৰ সুযোগ লৈ কিছু সংখ্যক প্ৰতিষ্ঠানে এতিয়াও ২০ হাজাৰকৈ টকা লৈ ১২ হাজাৰ টকাৰ নামভৰ্তি ৰচিদ দি থকা বুলি অভিযোগ উঠিছে।

টে’ট পৰীক্ষাত বহিবৰ বাবে বি এড বা ডি এল এড পাঠ্যক্ৰম বা পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ প্ৰমাণ বাধ্যতামূলক বুলি চৰকাৰে ঘোষণা কৰাৰ লগে লগে এই অনিয়মৰ প্ৰকোপ বৃদ্ধি পায়।

লখিমপুৰ জিলাৰ আজাদত থকা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ (BTC)ৰ বিৰুদ্ধে এনেকুৱা বেক ডেটেড নামভৰ্তি কৰোৱাৰ অভিযোগ উঠিছে।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালকে যোৱা ২৭ ছেপ্টেম্বৰত আজাদৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ সমন্বয়ক বিপুল বৰাক ইতিমধ্যে নিলম্বন কৰে।

আজাদৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ উপৰি ঢকুৱাখনাত থকা নৰ্মাল স্কুল, ঢকুৱাখনা মহকুমাৰ মধ্য সোৱণশিৰি মহাবিদ্যালয় আৰু মাডাৰ টেৰেছা স্কুলৰ বিৰুদ্ধেও একেই অভিযোগ উঠিছে। এইকেইটা প্ৰতিষ্ঠানো চৰকাৰৰ তীক্ষ্ণ দৃষ্টিত থকা বুলি জানিব পৰা গৈছে।

চৰকাৰী আৰু বেচৰকাৰী দুয়ো ধৰণৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান এনেকুৱা অনিয়ম আৰু দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উঠিছে।

কিছুমান বিদ্যালয়ে ৫ হাজাৰ টকাৰ বিনিময়ত শিক্ষকতা কৰাৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ দিয়া বুলিও অভিযোগ।

“ঢকুৱাখনাৰ এই প্ৰতিষ্ঠানবোৰে ডি এল এড পাঠ্যক্ৰমত বেক ডেইটত এডমিশ্যন লোৱাৰ সুবিধা দিয়াৰ বিনিময়ত ১২ হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকালৈকে পইচা লৈছে”, নাম প্ৰকাশত অনিচ্ছুক এজন টে’ট পৰীক্ষাৰ আৱেদনকাৰীয়ে কয়।

তেওঁ লগতে কয়, এইদৰে দিয়া বহুতৰ মানি ৰিচিপ্টত District Information System for Education (DISE) Code নাই। এই সুবিধা ল’বৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি লখিমপুৰ আৰু ঢকুৱাখনাত বহুতে ভিৰ কৰিছেহি।

ইতিপূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰবোৰত হোৱা এই অনিয়ম আৰু দুৰ্নীতিৰ তদন্ত কৰিবলৈ যোৱা জুন মাহতে এখন তদন্ত কমিটী গঠন কৰি দিছিল।

এজন অতিৰিক্ত উপায়ুক্ত আৰু ডায়েটৰ অধ্যক্ষৰ দ্বাৰা গঠিত কমিটীখনে লখিমপুৰ জিলাত ডি এল এড পাঠ্যক্ৰমত অনিয়ম হোৱাটো ধৰা পেলায়।

আজাদ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ নিলম্বিত বিষয়াজনৰ সন্দৰ্ভত সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি জীৱন ৰাজখোৱাই কয়, “আমি এই এডমিশ্যন কেলেংকাৰিত জড়িত বিপুল বৰাৰ গ্ৰেপ্তাৰ দাবী কৰিছো। বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৱে নিবনুৱাৰ জীৱনক লৈ হেতালি খেলিছে”।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd