• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জেইলত বন্দী ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ বিবাহ বিচ্ছেদ; ফেমিলি কোৰ্টে দিলে অনুমতি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 11:44 am
092947_i1.png

ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জী। ফাইল ফটো

2.2k
VIEWS
Share on FacebookShare on Twitter

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত জেইলত বন্দী হৈ থকা অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জীৰ বিবাহ বিচ্ছেদ হৈ গ’ল।

মুম্বাইৰ এখন ফেমিলি কোৰ্টে বৃহস্পতিবাৰে ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জীৰ বিচ্ছেদত অনুমতি প্ৰদান কৰে। দুয়োজনৰে বিচ্ছেদ সন্মতিৰ ভিত্তিত সম্পূৰ্ণ হৈছে।

২০১৭ চনৰ জানুৱাৰিত ইন্দ্ৰাণী মুখাৰ্জীয়ে পিটাৰ মুখাৰ্জীৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পাছতে এপ্ৰিল মাহত ইন্দ্ৰাণী মুখাৰ্জীয়ে পিটাৰ মুখাৰ্জীক আইনী জাননী প্ৰেৰণ কৰিছিল। তাৰ পাছত ২০১৮’ৰ ছেপ্টেম্বৰত দুয়োজনে আদালতৰ সন্মুখত বিচ্ছেদৰ বাবে সন্মতি দিছিল।

সেইদিনা দুয়োজনে আৰক্ষীৰ গাড়ীৰে আদালতত গৈ উপস্থিত হৈছিল।

শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জী অভিযুক্ত হৈ ২০১৫’ৰ পৰাই জেইলত বন্দী জীৱন কটাইছে। দুয়োজনকে পৃথক জেইলত ৰখা হৈছে।

অৱশ্যে, দুয়োজনৰ বিৰুদ্ধে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। ফেমিলি কোৰ্টে দুয়োজনকে বুজাবুজিৰ বাবে সময় দি গোচৰটোৰ শুনানি ছয়মাহলৈ বৃদ্ধি কৰিছিল।

দুয়োজনৰ মাজত বুজাবুজি নোহোৱাৰ পাছত আদালতে পৰস্পৰৰ সন্মতিৰ আধাৰত দুয়োৰে বিচ্ছেদ কৰাই দিয়ে।

২০০২ চনত পীটাৰ মুখাৰ্জী আৰু ইন্দ্ৰাণী মুখাৰ্জীৰ বিয়া হৈছিল। পীটাৰ মুখাৰ্জী আৰু ইন্দ্ৰাণী মুখাৰ্জীৰ এইখন আছিল দ্বিতীয় বিবাহ।

পীটাৰ মুখাৰ্জীৰ পূৰ্বে ইন্দ্ৰাণী মুখাৰ্জীৰ কলকাতাৰ সঞ্জীৱ খান্নাৰ সৈতে বিয়া হৈছিল।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd