• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ষ্টাৰ্ক, জনছন, আক্ৰামক পিছ পেলাই ৰবীন্দ্ৰ জাদেজাৰ নতুন বিশ্ব অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2019 5:26 pm
R Jadeja

ৰবীন্দ্ৰ জাদেজা

22.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ঠ শৃংখলাৰ প্রথমখন টেষ্টত আটাইতকৈ কম সংখ্যক টেষ্টত ২০০ টা উইকেট দখল কৰা বাওহতীয়া বলাৰ হিচাপে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতৰ স্পীনাৰ ৰবীন্দ্ৰ জাদেজাই।

জাদেজাই মাত্ৰ ৪৪ খন টেষ্টত অংশলৈ এই কৃতিত্ব অৰ্জন কৰে। জাদেজাৰ পূৰ্বে এই অভিলেখ আছিল শ্ৰীলংকাৰ স্পীনাৰ ৰংগনা হেৰাথৰ নামত।

জাদেজাই বিশাখাপট্টনমত চলি থকা শৃংখলাৰ প্ৰথমখন টেষ্টৰ তৃতীয় দিনত দক্ষিণ আফ্ৰিকাৰ অপেনাৰ ডীন এলগাৰক পেভিলিয়ানৰ বাট দেখুৱাই নতুন অভিলেখৰ পৃষ্ঠাত নিজৰ নাম সন্নিবিষ্ট কৰে।

হেৰাথে ৪৭ খন টেষ্টত ২০০ দখল কৰিছিল। ইয়াৰ বিপৰীতে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল জনছন(৪৯), মিচেল ষ্টাৰ্ক(৫০) আৰু ভাৰতৰ পূৰ্বৰ স্পীনাৰ বিসন সিং বেদী(৫১)।

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ তথা অধিনায়ক ৱাছিম আক্ৰাম তালিকাৰ ষষ্ঠ স্থানত আছে।

উল্লেখযোগ্য যে, বিশাখাপট্টনম টেষ্টত ভাৰতৰ হৈ ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে টেষ্টত ইনিংছ মুকলি কৰি দৰ্শনীয় শতৰাণ অৰ্জন কৰে। ৰোহিতে ১৭৬ ৰাণ কৰাৰ বিপৰীতে আন এজন অপেনাৰ মায়াংক আগৰৱালে কেৰিয়াৰ প্ৰথমটো দ্বিশতৰাণ(২১৫)অৰ্জন কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd