• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তুংগত বাকযুদ্ধ! মন্ত্ৰী প্ৰমীলা ৰাণীক ‘পুতনা’ আখ্যা সাংসদ নৱ শৰণীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 5, 2019 9:34 pm
Pramila VS Saraniya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ মাজৰ তীব্ৰতৰ হৈ উঠিছে বাকযুদ্ধ।

ৰাজ্যৰ সমাজকল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে সাংসদজনক আওপকীয়াকৈ “মহিষাসুৰ”ৰ সৈতে তুলনা কৰাৰ পিছত আজি মন্ত্ৰীগৰাকীক পুতনা আখ্যা দিয়ে সাংসদ শৰণীয়াই।

Apply Now

বাক্সা জিলাৰ মেৰকুছিৰ এটা পূজা মণ্ডপত উপস্থিত থকাৰ সময়তে মন্ত্ৰীগৰাকীক এই আখ্যা দিয়ে সাংসদগৰাকীয়ে।

“প্ৰমীলাৰাণীৰ সন্দৰ্ভত কোকৰাঝাৰ সমষ্টিৰ জনসাধাৰণে যি বেয়া মন্তব্য কৰে সেইবোৰ মোৰ মুখেৰে নোলায়। তেওঁ দুৰ্গাতো হ’বই নোৱাৰে, তেওঁ নাচি থকা পুতনাহে”, সংবাদ মাধ্যমৰ আগত শৰণীয়াৰ মন্তব্য।

সাংসদজনে লগতে কয় যে প্ৰমীলা ৰাণী ব্ৰহ্মই চেষ্টা কৰিলেও এইবাৰ হাগ্ৰামা মহিলাৰীক বিটিচিৰ শাসনৰ পৰা গাদীচ্যুত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

“প্ৰমীলাৰাণী ব্ৰহ্মৰ কথাত গুৰুত্ব দি লাভ নাই। তেওঁ যিমান চেষ্টা কৰিলেও হাগ্ৰামক বচাব নোৱাৰে। হাগ্ৰামা বি টি চিৰ গাদীৰ পৰা গাদীচ্যুত হোৱাটো খাটাং। সেয়েহে তেওঁলোকে পাগলৰ দৰে আবোল-তাবোল বকিব পাৰে, আমি কেৰেপ নকৰো”, সংবাদ মাধ্যমৰ আগত সাংসদ নৱ শৰণীয়াৰ মন্তব্য।

তেওঁৰ দাবী. প্ৰমীলাৰাণী ব্ৰহ্ম আৰু তেওঁৰ সহযোগীসকলে ভয়তে থৰকাছুটি হেৰুৱাইছে।

“বড়ো-অবড়োৰ যি ৰাজনৈতিক সংঘাত তাৰ শান্তিপূৰ্ণ সমাধানত আমি বিশ্বাসী। নৱ শৰণীয়া টীমৰ বি টি চিত সংঘাত সৃষ্টি কৰাৰ কোনো ইচ্ছা নাই”, শৰণীয়াই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd