• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত দুৰ্গা পূজাৰ সংখ্যাই অতিক্ৰম কৰিলে যোৱা বছৰৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2019 9:18 pm
Bangladesh Puja_Mandap

বাংলাদেশৰ এখন পূজা মণ্ডপৰ দৃশ্য। ফটোৰ উৎস : জাগো নিউজ ২৪ ডটকম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া দেশ বাংলাদেশত যোৱা বছৰ দুৰ্গা পূজাৰ সংখ্যাই যি অভিলেখ গঢ়িছিল এইবাৰ পূজা মণ্ডপৰ সংখ্যাই সেই অভিলেখক চেৰাই গৈছে।

বাংলাদেশ পূজা উদযাপন পৰিষদৰ সাধাৰণ সচিব নিৰ্মল কুমাৰ চেটাৰ্জীয়ে জানিবলৈ দিয়া মতে, সমগ্ৰ দেশখনৰ এইবাৰ পূজা মণ্ডপৰ মুঠ সংখ্যা ৩১,৩৯৮টা।

Apply Now

যোৱাবাৰ এই সংখ্যা আছিল ৩০,৯১৫টা, যিটো পূৰ্বৰ তুলনাত এটা অভিলেখ আছিল। এইবাৰ ৪৮৩টা মণ্ডপ বাঢ়িছে, সংবাদ মাধ্যমক জনায় সা: সম্পাদক চেটাৰ্জীয়ে।

এইবাৰ ঢাকাত অনুষ্ঠিত পূজাৰ সংখ্যাও যোৱা বছৰতকৈ যথেষ্ট বেছি।

দেশখনৰ মুঠ আঠটা বিভাগ (division)ৰ ঢাকা বিভাগটোত ৭২৭১টা, চট্টগ্ৰাম বিভাগত ৪৪৫৬টা, ছিলেটত ২৫৪৫টা, খুনলাত ৪৯৩৬টা, ৰাজশ্বাহীত ৩৫১২টা, ৰংপুৰত ১৭৪১টা আৰু মৈমনসিঙত ১৬৩২টা পূজা মণ্ডপ স্থাপন কৰা হৈছে।

Bangladesh Puja
বাংলাদেশৰ এখন পূজা মণ্ডপত অষ্টমীৰ দিনা কেইজনমান দৰ্শনাৰ্থী। ফটোৰ উৎস : প্ৰথম আলো ডটকম।

মণ্ডপবোৰত ভাৰতৰ দৰেই বিভিন্ন কাৰুকাৰ্য্যৰ প্ৰকাশ দেখা গৈছে, যিবোৰত বাংলাদেশৰ লগতে ভাৰতীয় সংস্কৃতিৰো সমাহাৰ ঘটিছে। সকলো মণ্ডপতে সাজসজ্জা আৰু আলপনাৰ যেন অঘোষিত প্ৰতিযোগিতা।

হিন্দুসকল নিৰ্য্যাতিত বুলি থকা তথাকথিত ধাৰণাটোৰ বিপৰীতে চিটাগঙৰ পৰা এজন অসমীয়া মূলৰ হিন্দু তিমথি অসমে নৰ্থ-ইষ্ট নাওক জনালে, “নিজৰ ধৰ্মীয় ৰীতি-নীতি পালনত কোনো অসুবিধা পোৱা নাই হিন্দু সকলে”।

 

“ইয়াত চব ঠিকে আছে”, চুবুৰীয়া দেশখনৰ পৰা শাৰদীয় শুভেচ্ছা জনাই তিমথিয়ে কয়।

৫ অক্টোবৰত দুৰ্গা পূজা উপলক্ষে চট্টগ্ৰামৰ আলকৰণ ৱাৰ্ডত কেন্দ্ৰীয় ছাত্ৰ লীগৰ প্ৰাক্তন সহ-সম্পাদক ইয়াছিৰ আৰাফতে বিভিন্নটা পূজা মণ্ডপত বস্ত্ৰ বিতৰণ কৰে।

প্ৰায় ৯০ শতাংশ মুছলমান থকা দেশখনৰ কোনো অংশৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি অহা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd