• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎসৱৰ বতৰত কেনেকৈ লাভ কৰিব IRCTCৰ কনফাৰ্ম টিকট; চাওক উপায়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 2:21 pm
book-train-ticket-online

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎসৱৰ বতৰত ৰেইলৰ কনফাৰ্ম টিকট এটা পোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান কিয়নো এই সময়ছোৱাত স্বাভাৱিকতে বিপুল সংখ্যক ৰেইলযাত্ৰীৰ ভিৰ বৃদ্ধি পায়।

আনকি ভাৰতীয় ৰেইলৱেই ‘বিকল্প’ তথা ‘কনফাৰ্মেইশ্যন প্ৰবেবিলিটি’ৰ দৰে যাত্ৰীসকলক সহায় কৰিবলৈ বিভিন্ন কাৰ্যসূচী আগবঢ়ালেও উৎসৱৰ ভিৰৰ সময়ত কনফাৰ্ম টিকট এটা পোৱাটো এতিয়াও সহজ নহয়।

Apply Now

উৎসৱৰ বতৰত এটা কনফাৰ্ম টিকট লাভ কৰাত আপোনাৰ সুযোগ বৃদ্ধি পাব পৰা কেইটামান উপায় এবাৰ চাই লওক।

এটা দীঘলীয়া যাত্ৰাৰ বাবে বুক কৰকঃ ৰেইলৱেই হওক, বিমানসেৱা কোম্পানীয়েই হওক বা বাছ অপাৰেটৰেই হওক, সকলোৱেই প্ৰতিটো যাত্ৰাৰ পৰা অধিক ধনৰাশি অৰ্জন কৰাৰ বাবে তৎপৰ থাকে।

সেয়েহে, ৰেইলখনত দীঘলীয়া যাত্ৰাৰ বাবে ভ্ৰমণ কৰা যাত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া হয়।

উদাহৰণ হিচাপে, আপুনি ধৰক গুৱাহাটীৰ পৰা ডিব্ৰুগড টাউন ৰাজধানী এক্সপ্ৰেছত (DBRT) অক্টোবৰৰ ১৮ তাৰিখে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব, কিন্তু  আপুনি দেখিলে যে কনফাৰ্ম টিকট নাই।

এইক্ষেত্ৰত আপুনি অলপ দীঘলীয়া যাত্ৰাৰ বাবে টিকটটো বুক কৰিব পাৰে। ধৰক আপুনি ডিব্ৰুগড়ৰ পৰা বঙাইগাঁৱলৈ টিকট বুক কৰিব পাৰে য’ত আপুনি কনফাৰ্ম টিকট এটা পাব পাৰে।

ইয়াত আপোনাৰ ভাড়াৰ তাৰতম্য হ’ব ২৮০ টকা যিটো আপুনি তৎকাল বা প্ৰিমিয়াম টিকট ক্ৰয় কৰিলে এজেন্টক দিব লগীয়া টকাতকৈ কম। এই একেই কৌশল আপুনি কনফাৰ্ম টিকট পাবৰ বাবে আন ৰেইলতো প্ৰয়োগ কৰিব পাৰে।

যাত্ৰাৰ তাৰিখঃ আপুনি মন কৰিব যে দীঘলীয়া যাত্ৰাৰ ৰেইলসমূহত শুকুৰবাৰ আৰু শনিবাৰে অধিক ভিৰ হয়। সেয়েহে, আপুনি শুকুৰবাৰ আৰু শনিবাৰৰ ঠাইত আন দিনত টিকটৰ বাবে চেষ্টা কৰা উচিত। ই আপোনাৰ কনফাৰ্ম টিকট পোৱাৰ সুযোগ বৃদ্ধি কৰিব।

বিকল্প ৰেইলত কনফাৰ্ম টিকট বিচাৰকঃ আই আৰ চি টি চিৰ ৱেবছাইটত এইটো এটা সুন্দৰ সুবিধা আছে। ইয়াত আপোনাক সকলোবোৰ ৰেইলৰ কনফাৰ্ম বা আৰ এ চি আসনৰ বিশদ দাঙি ধৰিব। আপুনি ইয়াৰ ব্যৱহাৰ কৰি আপোনাৰ যাত্ৰাৰ বাবে এটা কনফাৰ্ম টিকট বিচাৰিব পাৰে।

আগতীয়া পৰিকল্পনাঃ ভাৰতীয় ৰেইলৱেই আপোনাক ১২০ দিন আগতেই টিকট বুক কৰাৰ সুবিধা দিয়ে। আপুনি যদি আগতীয়াকৈ পৰিকল্পনা কৰে সহজতে কনফাৰ্ম টিকট পাব পাৰে।

আনকি পৰিকল্পনা যদি সলনিও হয়, আপুনি আপোনাৰ টিকট বাতিল কৰি ধন ঘুৰাই ল’ব পাৰে।

আপুনি যদি আপোনাৰ ৰেইল যাত্ৰা তথা আপোনাৰ ভ্ৰমণ উপভোগ কৰিব বিচাৰে, কনফাৰ্ম টিকট এটা যোগাৰ কৰাটো অত্যন্ত প্ৰয়োজন। কনফাৰ্ম টিকট অবিহনে ভ্ৰমণ কৰাটো এটা এক দু:স্বপ্ন হৈ পৰিব পাৰে কিয়নো তেনে অভিজ্ঞতা আমি সকলোৱে কম বেছি পৰিমানে লাভ কৰিছো।

উপৰোক্ত উপায় তথা কৌশলকেইটাই উৎসৱৰ বতৰত আপোনাক এটা কনফাৰ্ম টিকট লাভ কৰাত সহায় কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd