• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুনে টেষ্টত কোহলিৰ চমক; কেৰিয়াৰৰ সপ্তমটো দ্বিশতক অৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2019 3:42 pm
virat-kohli-pune-test

পুনে টেষ্টত দ্বিশতক অৰ্জনৰ পথত বিৰাট কোহলি। ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ পুনেৰ এম চি এ ষ্টেডিয়ামত চলি আছে।

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ খেলপথাৰত নমা টীম ইণ্ডিয়াই ৫টা উইকেট হেৰুৱাই ৬০১ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।

Apply Now

অধিনায়ক বিৰাট কোহলিয়ে ২৫৪ৰাণ কৰি অপৰাজিত হৈ থকাৰ লগতে ৰবীন্দ্ৰ জাডেজাই ৯১ ৰাণ কৰি আউট হয়।

মেচখনত অধিনায়ক বিৰাট কোহলিয়ে টেষ্ট কেৰিয়াৰৰ সপ্তমটো দ্বিশতক অৰ্জন কৰে। তাৎপৰ্যপূৰ্ণভাৱে কোহলিয়ে তেওঁৰ সাতোটা দ্বিশতক অৰ্জন কৰিছে অধিনায়ক হিচাপে।

অধিনায়ক হিচাপে দ্বিশতক অৰ্জন কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিলে কোহলিয়ে। এই তালিকাত ৱেষ্টইণ্ডিজৰ তাৰকা বেটছমেন ব্ৰায়ান লাৰাই পাঁচটা দ্বিশতকেৰে তালিকাৰ দ্বিতীয় স্থানত আছে।

উক্ত তালিকাত ৪টাকৈ দ্বিশতকেৰে তৃতীয় স্থানত আছে চাৰ ডন ব্ৰেডমেন, গ্ৰিম স্মিথ আৰু মাইকেল ক্লাৰ্ক।

আনহাতে, অধিনায়ক কোহলিয়ে আজি তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৬তম শতকটো অৰ্জন কৰে। কোহলিয়ে নিজৰ ৮১সংখ্যক টেষ্টৰ ১৩৮নম্বৰ ইনিংছত তেওঁৰ এই ২৬তম শতকটো অৰ্জন কৰে।

কোহলি টেষ্ট ক্ৰিকেটত ভাৰতৰ দিশৰ পৰা আটাইকৈ কম ইনিংছত ২৬টা শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে।

ভাৰতৰ হৈ শচীন তেণ্ডুলকাৰে ১৩৬টা ইনিংছ খেলি এই অভিলেখ গঢ়িছিল। আনহাতে, সুনীল গাভাস্কাৰে ২৬টা টেষ্ট শতক অৰ্জন কৰিবলৈ ১৪৪টা ইনিংছ খেলিছিল।

বিশ্বৰ ভিতৰতে আটাইতকৈ কম ইনিংছ খেলি এই অভিলেখৰ গৰাকী হোৱা খেলুৱৈগৰাকী আছিল ডন ব্ৰেডমেন। অষ্ট্ৰেলিয়াৰ সৰ্বকালৰ মহান বেটছমেনগৰাকীয়ে ৬৯টা ইনিংছ খেলি ২৬টা শতকৰ অভিলেখ গঢ়িছিল।

আনহাতে, অষ্টেলিয়াৰ ষ্টিভ স্মিথে ১২১ ইনিংছত ২৬টা শতৰাণৰ অভিলেখ গঢ়িছে। স্মিথে বিগত এছেজ শৃংখলাতে এই অভিলেখৰ গৰাকী হৈছে।

পুনে টেষ্টত ভাৰতৰ হৈ প্ৰথম ইনিংছত মায়ংক আগৰৱালে ১৯৫টা বলত ১০৮ ৰাণৰ ইনিংছ খেলে। পূজাৰাই ১১২টা বলত ৫৮ৰাণ কৰি আউট হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd