• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উমৰাংচোত উপস্থিত অসম চৰকাৰৰ তদন্তকাৰী দল; এডাল নহয়, দুডাল পাইপ বিস্ফোৰণ হোৱা বুলি নিশ্চিত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
October 13, 2019 11:18 pm
Umrangso

উমৰাংচোত উপস্থিত অসম চৰকাৰৰ তদন্তকাৰী দল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাৰ উমৰাংচোৰ কপিলী জলবিদ্যুত প্ৰকল্পত হোৱা পাইপ বিস্ফোৰণৰ ঘটনাটোৰ তদন্তৰ বাবে আজি অসম চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতি ঘটনাস্থলীত উপস্থিত হৈছে।

পৰিস্থিতি পৰ্য্যালোচনা কৰিবলৈ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম’ ৰংহাঙৰ নেতৃত্বত বিধায়কদ্বয় বি বি হাগজেৰ, ডা: নোমল মমিন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবোলাল গাৰ্লোছা আৰু নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিজয় গুপ্তাও ঘটনাস্থলীত উপস্থিত হয়৷

Apply Now

যোৱা ৭ অক্টোবৰৰ পুৱা ৪ বাজি ৩০ মিনিটত উমৰাংচোৰ কপিলী নদীৰ ওপৰত থকা নীপকোৰ জলবিদ্যুৎ প্ৰকল্পটোৰ পাৱাৰ হাউছলৈ পানী কঢ়িয়াই অনা বৃহৎ পাইপ ফাটি অঞ্চলটোত জলপ্ৰলয়ৰ সৃষ্টি হৈছিল।

ভয়ংকৰ দুৰ্ঘটনাটোত পাৱাৰ হাউছৰ নিম্নাংশৰ দ্বিতীয় মহলাত কৰ্মৰত ৪গৰাকী কৰ্মচাৰী নিমিষতে নিৰুদ্দেশ হৈছিল৷  এতিয়াও গোটেই প্ৰকল্পটো বালিৰ তলত পোত গৈ আছে আৰু কৰ্মচাৰীকেইজন সন্ধানহীন হৈয়ে আছে।

ইফালে নীপকো কৰ্তৃপক্ষই এসপ্তাহে এডাল পাইপহে ফাটি জল বিস্ফোৰণৰ সৃষ্টি হোৱা বুলি কৈছিল যদিও আজি তদন্তকাৰী দলে ড্ৰোন কেমেৰাৰে জলবিস্ফোৰণৰ অংশ পৰীক্ষা কৰাত ধৰা পৰে যে এডাল নহয় দুডাল পাইপেই বিস্ফোৰিত হৈছিল৷

ইয়াৰ আঁৰত কোনো কূটাঘাতকাৰী ভূমিকা আছে নেকি সেই প্ৰশ্ন সন্মুখত লৈ তদন্ত কৰাৰ কথাও উত্থাপন হৈছে। দুডাল পাইপ ফটা কথাটো সহজভাৱে ল’ব পৰা নাই নীপকোৰ স্বতন্ত্ৰ সঞ্চালক বিজয় গুপ্তাই৷ তেওঁ বিষয়টো আৰক্ষী আৰু মেট্ৰ’লজি বিভাগৰ লগত আলোচনা কৰাৰ পিছতহে স্পষ্ট হ’ব বুলি কয়৷

ইপিনে মন্ত্ৰী চুম’ ৰংহাঙে জানিবলৈ দিয়ে, নিৰুদ্দেশ হৈ থকা কৰ্মচাৰী কেইগৰাকীক উদ্ধাৰ অভিযান আজিৰ পৰা পূৰ্ণ গতিত চলিছে৷ “জলবিস্ফোৰণ কিয় হ’ল, ক’ত ত্ৰুটি ৰ’ল, সেয়া পৰৱৰ্তী সময়ত ক’ব পৰা হ’ব” মন্ত্ৰীজনৰ মন্তব্য।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd