• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আয়ুৰ্বেদিক চিকিৎসাৰে অতুলনীয় কৃতিত্ব : ৯০০ নি:সন্তান দম্পতিক দিছে সন্তান লাভৰ আনন্দ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2019 8:14 am
WhatsApp Image 2019-10-13 at 8.40.58 PM(1)

আয়ুৰ্বেদিক চিকিৎসাৰে বহু জটিল ৰোগীক সুস্থ জীৱন দান কৰা প্ৰীতিজ্যোতি মহন্ত। ফটো : নৰ্থইষ্ট নাও

44.5k
VIEWS
Share on FacebookShare on Twitter

সৰুৰে পৰা দেউতাকৰ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈ অৱশেষত নিজেই এই চিকিৎসা বিজ্ঞানৰ জৰিয়তে বহু ৰোগীকে সুস্থ কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰচাৰ বিমুখ মহিলা।

১৯৮২ চনৰে পৰা তেওঁ আয়ুৰ্বেদিক চিকিৎসাৰ সৈতে জৰিত হৈ শতাধিক ৰোগীৰ জটিল ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম প্ৰীতিজ্যোতি মহন্ত।

নগাঁৱৰ পৰা পশ্চিমত শ’লগুৰি সত্ৰৰ কুশচন্দ্ৰ দেৱ সত্ৰাধিকাৰৰ জীয়ৰী প্ৰীতিজ্যোতি মহন্ত বৰ্তমান সমাজ সেৱক কুসুম কুমাৰ মহন্তৰ পত্নী।

উল্লেখযোগ্য যে, তেওঁ উৰিষ্যাৰ পৰা আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ এক পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, তেওঁৰ দ্বাৰা চিকিৎসা কৰি বৰ্তমানলৈকে ৯০০ নিঃসন্তান দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও ৫০ গৰাকী মহিলাৰ গৰ্ভত হোৱা কেন্সাৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে।

দীৰ্ঘদিন ধৰি নিঃসন্তান হৈ থকা দম্পতিয়ে এবছৰ চিকিৎসা কৰিলেই সন্তান লাভ কৰিবলৈ সক্ষম হ’ব তথা প্ৰথম অৱস্থাতে ধৰা পৰিলে ছয়মাহ চিকিৎসা কৰিলেই মাতৃত্ব তথা পিতৃত্বৰ গৌৰৱ লাভ কৰিবলৈ সক্ষম হ’ব।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, শদিয়া, লখিমপুৰ, গুৱাহাটী, নগাওঁ, শদিয়াৰ পৰাও চিকিৎসা গ্ৰহণ কৰিবৰ বাবে প্ৰীতিজ্যোতি মহন্তৰ ওচৰত ৰোগীসকল আহে।

আনকি ৰাজ্যৰ বাহিৰত মুম্বাই, দিল্লী, কলকাতাকে ধৰি বহুকেইখন ৰাজ্যৰ পৰা চিকিৎসা গ্ৰহণ কৰিবলৈ মহন্তৰ ওচৰলৈ ৰোগী আহে। তেওঁৰ তালৈ বৰ্তমানলৈকে অহা নিঃসন্তান সকলো দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, আমেৰিকা আৰু আৰবতো মহন্তৰ চিকিৎসাৰ পাছতেই নিঃসন্তান দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে বুলি মহন্তই আমাক জানিবলৈ দিয়ে।

তদুপৰি, শ্বাস-প্ৰশাসজনিত, মধুমেহ, লিভাৰৰ বেমাৰ, গাৰ খজুৱতি ইত্যাদিৰো চিকিৎসা কৰে মহন্তই।

উল্লেখযোগ্য যে, মহন্তই ঘৰুৱা কাম-কাজ আৰু কাৰ্য্যালয়ৰ কাম-কাজৰ লগতে আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে ৰোগীসকলক সেৱা আগবঢ়াই আহিছে।

প্ৰীতিজ্যোতি মহন্তৰ যোগাযোগৰ ঠিকনা:  ভেটাপাৰা, গুৱাহাটী, ৰাধাচূড়া পথ, গৃহ নং ১০, মোবাইল নং : ৯৪৩৫১০৯৭৫৭।

Recent News

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

ন্যায়াধীশ বেলা ত্ৰিবেদীৰ অৱসৰগ্ৰহণ, বিদায় অনুষ্ঠান আয়োজন কৰাৰ পৰা বিৰত থাকিল ছুপ্ৰীম কোৰ্ট বাৰ এছ’চিয়েশ্যন

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

মিত্ৰতা এতিয়া মৃত! বিৰোধীৰ ‘ইণ্ডিয়া’ ঐক্যৰ কোনো ভৱিষ্যত নাই : বিস্ফোৰক মন্তব্য পি চিদাম্বৰমৰ

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd