• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আয়ুৰ্বেদিক চিকিৎসাৰে অতুলনীয় কৃতিত্ব : ৯০০ নি:সন্তান দম্পতিক দিছে সন্তান লাভৰ আনন্দ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2019 8:14 am
WhatsApp Image 2019-10-13 at 8.40.58 PM(1)

আয়ুৰ্বেদিক চিকিৎসাৰে বহু জটিল ৰোগীক সুস্থ জীৱন দান কৰা প্ৰীতিজ্যোতি মহন্ত। ফটো : নৰ্থইষ্ট নাও

31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুৰে পৰা দেউতাকৰ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈ অৱশেষত নিজেই এই চিকিৎসা বিজ্ঞানৰ জৰিয়তে বহু ৰোগীকে সুস্থ কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰচাৰ বিমুখ মহিলা।

১৯৮২ চনৰে পৰা তেওঁ আয়ুৰ্বেদিক চিকিৎসাৰ সৈতে জৰিত হৈ শতাধিক ৰোগীৰ জটিল ৰোগ নিৰাময় কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম প্ৰীতিজ্যোতি মহন্ত।

Apply Now

নগাঁৱৰ পৰা পশ্চিমত শ’লগুৰি সত্ৰৰ কুশচন্দ্ৰ দেৱ সত্ৰাধিকাৰৰ জীয়ৰী প্ৰীতিজ্যোতি মহন্ত বৰ্তমান সমাজ সেৱক কুসুম কুমাৰ মহন্তৰ পত্নী।

উল্লেখযোগ্য যে, তেওঁ উৰিষ্যাৰ পৰা আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ এক পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, তেওঁৰ দ্বাৰা চিকিৎসা কৰি বৰ্তমানলৈকে ৯০০ নিঃসন্তান দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও ৫০ গৰাকী মহিলাৰ গৰ্ভত হোৱা কেন্সাৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে।

দীৰ্ঘদিন ধৰি নিঃসন্তান হৈ থকা দম্পতিয়ে এবছৰ চিকিৎসা কৰিলেই সন্তান লাভ কৰিবলৈ সক্ষম হ’ব তথা প্ৰথম অৱস্থাতে ধৰা পৰিলে ছয়মাহ চিকিৎসা কৰিলেই মাতৃত্ব তথা পিতৃত্বৰ গৌৰৱ লাভ কৰিবলৈ সক্ষম হ’ব।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, শদিয়া, লখিমপুৰ, গুৱাহাটী, নগাওঁ, শদিয়াৰ পৰাও চিকিৎসা গ্ৰহণ কৰিবৰ বাবে প্ৰীতিজ্যোতি মহন্তৰ ওচৰত ৰোগীসকল আহে।

আনকি ৰাজ্যৰ বাহিৰত মুম্বাই, দিল্লী, কলকাতাকে ধৰি বহুকেইখন ৰাজ্যৰ পৰা চিকিৎসা গ্ৰহণ কৰিবলৈ মহন্তৰ ওচৰলৈ ৰোগী আহে। তেওঁৰ তালৈ বৰ্তমানলৈকে অহা নিঃসন্তান সকলো দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, আমেৰিকা আৰু আৰবতো মহন্তৰ চিকিৎসাৰ পাছতেই নিঃসন্তান দম্পতিয়ে সন্তান লাভ কৰিবলৈ সক্ষম হৈছে বুলি মহন্তই আমাক জানিবলৈ দিয়ে।

তদুপৰি, শ্বাস-প্ৰশাসজনিত, মধুমেহ, লিভাৰৰ বেমাৰ, গাৰ খজুৱতি ইত্যাদিৰো চিকিৎসা কৰে মহন্তই।

উল্লেখযোগ্য যে, মহন্তই ঘৰুৱা কাম-কাজ আৰু কাৰ্য্যালয়ৰ কাম-কাজৰ লগতে আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে ৰোগীসকলক সেৱা আগবঢ়াই আহিছে।

প্ৰীতিজ্যোতি মহন্তৰ যোগাযোগৰ ঠিকনা:  ভেটাপাৰা, গুৱাহাটী, ৰাধাচূড়া পথ, গৃহ নং ১০, মোবাইল নং : ৯৪৩৫১০৯৭৫৭।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd